ৰাষ্ট্ৰীয়

October 2, 2025 12:59 PM

views 26

শাৰদীয় দুর্গাপূজাৰ আজি বিজয়াদশমী

শাৰদীয় দুর্গাপূজাৰ আজি বিজয়াদশমী। বিজয়দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক আৰু এই উৎসৱে সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰে। ৰাৱণ দাহন আৰু দুৰ্গা...

October 2, 2025 12:56 PM

views 26

২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য বৃদ্ধি

চৰকাৰে ২০২৬-২৭ চনৰ বিপণনৰ বাবে সকলো বাধ্যতামূলক ৰবি শস্যৰ নূন্যতম সমর্থন মূল্য (এমএছপি) বৃদ্ধি কৰিছে। এই সন্দৰ্ভত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্রীসভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি প্ৰতি কুইণ্টলত মচুৰ দাইল ৩০০ টকা, সৰিয়হৰ ২৫০ টকা, বাৰ্লি ১৭০ টকা, আৰু ঘেঁহু ১৬০ টক...

October 2, 2025 12:53 PM

views 24

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৬ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয় যে এয়া জাতিৰ পিতাৰ আদৰ্শ আৰু মূল্যবোধৰ প্ৰতি উৎসৰ্গা কৰাৰ এটা অনুষ্ঠান। তেওঁ লগতে কয় যে মহাত্মা গান্ধীয়ে শান্তি, সহনশীলতা, আৰু সত্যৰ বাৰ্তা দিছে, যিটো সমগ্ৰ...

October 2, 2025 12:50 PM

views 32

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত আজি ৰাষ্ট্ৰই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষ্যে সমগ্র দেশতে আৰু বহিঃৰাষ্ট্ৰৰ ভাৰতীয় দুটাবাস সমূহত কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে আছে। ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধিত সর্বধর্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। প্ৰাক্তন প্রধানমন্ত...

October 1, 2025 9:29 PM

views 39

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি হৈছে। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ-বাৰীৰ ধ্বংসস্তুপত এতিয়াও বহুলোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্...

October 1, 2025 9:24 PM

views 37

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি গভর্নৰ সঞ্জয় মালহোত্রাৰ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভর্নৰ সঞ্জয় মালহোত্রাই ঘোষণা কৰিছে। আনহাতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৬.৮ শতাংশলৈ বৃদ্ধি পাইছে বুলি আৰ বি আইৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

October 1, 2025 9:16 PM

views 37

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ শ্রদ্ধা জ্ঞাপন

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নতুন দিল্লীত আজি লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীবিৰলাই কয়, যে অধ্যক্ষ হিচাপে বালাযোগীৰ কাৰ্য্যকাল অতি গুৰুত্বপূৰ্ণ। গণতান্ত্রিক মূল্যবোধৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা দায়ৱদ্ধতা আজিও প্ৰেৰণাৰ উৎস বুলি লোকসভাৰ অধ্যক...

October 1, 2025 9:09 PM

views 31

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন

বিজয়া দশমীৰ প্ৰাক্-ক্ষণত ৰাষ্ট্ৰপতি দ্রৌপদী মৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে দুর্গোৎসৱ হৈছে, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক। এই উৎসৱে মানুহক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা ৰাৱণ দাহন আৰু দুর্গা পূজাই জাতীয় মূল্যব...

October 1, 2025 9:07 PM

views 36

শাৰদীয় দুর্গাপূজাৰ মহানৱমী উপলক্ষে জনসাধাৰণক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমী। মহানৱমী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে, যে নৱৰাত্ৰিয়ে সকলোৰে জীৱনত সু- ভৱিষ্যৎ, সমৃদ্ধি আৰু সাফল্য নিশ্চিত কৰিব। আজি দেৱী দুৰ্গাক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হৈছে। দেৱী ...

October 1, 2025 9:05 PM

views 62

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছেঃ প্ৰধানমন্ত্ৰী

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছে জন্মলগ্নৰে পৰা দেশপ্ৰেম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সেৱা আগবঢ়াই আহিছে। নতুন দিল্লীত আজি আৰ এছ এছৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। দেশ বিভাজনৰ বিভীষিকাৰ সময়ত স্থানচ্যুত লাখ লাখ পৰিয়ালক সীমিত সম্পদেৰে আৰ এছ এছে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।