October 4, 2025 9:21 PM
17
নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰে। যুৱ দক্ষতাৰ বাবে এটা ঐতিহাসিক পদক্ষেপ হিচাপে প্রধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে এহেজাৰ আই টি আই উন্নীতকৰণৰ বাবে পি এম সেতু আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমাবেশক সম্বোধন কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণ...