October 5, 2025 7:12 PM
41
উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি ড° জিতেন্দ্র সিঙৰ প্ৰকাশ
প্রধানমন্ত্রী কার্য্যালয় দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্র সিঙে উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আনহাতে প্ৰস্তাৱিত কিষ্টৱাৰ বিমানবন্দৰক "উড়ান" আঁচনিত অন্তর্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জন্মু-কাশ্...