December 30, 2025 8:03 PM December 30, 2025 8:03 PM
8
বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়কখন সংসদত গৃহীত কৰা হৈছেঃ কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহান
কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান জী ৰাম জী বিধেয়কখন সংসদত গৃহীত কৰা হৈছে। এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ দোষ-ত্রুটিসমূহ নাইকিয়া কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভূপালৰ এ...