ৰাষ্ট্ৰীয়

October 14, 2025 8:18 PM

views 21

নতুন দিল্লীত আইনী তথ্য আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি অর্জুনৰাম মেঘৱালৰ

কেন্দ্রীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্রী অর্জুনৰাম মেঘৱালে আজি নতুন দিল্লীত গোচৰৰ স্থিতি আৰু প্ৰগতিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে আইনী তথ্য ব্যৱস্থাপনা আৰু নির্দেশনা ব্যৱস্থাৰ লাইভ কেছেছ ডেছবর্ড মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমেঘৱালে কয়, যে চৰকাৰী মোকদমা ব্যৱস্থাপনা অধিক স্বচ্ছ, দক্ষ আৰু উত্তৰদায়ী কৰি তোলা...

October 14, 2025 8:12 PM

views 18

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

বিজেপিয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি, উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তাৰাপুৰ আৰু উপ-মুখ্যমন্ত্রী বিজয় সিনহাই লখীচৰাই আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। বিহাৰৰ স্বাস্থ্য মন্ত্রী মংগল পাণ্ডেই চিৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে, ৰাজ...

October 14, 2025 8:08 PM

views 34

প্রধানমন্ত্রী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি মাজত আজি প্রতিনিধি পৰ্য্যায়ৰ আলোচনা

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মংগোলিয়াৰ ৰাষ্ট্ৰপতি খুৰেলচুখ উখনাৰ মাজত আজি নতুন দিল্লীত প্রতিনিধি পৰ্য্যায়ৰ আলোচনাত মিলিত হয়। বৈঠকত দুয়োপক্ষই মানবীয় সাহায্য, মংগোলিয়াৰ ঐতিহাসিক স্থানৰ পুনৰুদ্ধাৰ, প্ৰব্ৰজন, ভূবিজ্ঞান আৰু খনিজ সম্পদৰ ক্ষেত্ৰত সহযোগিতা, সমবায়ৰ প্ৰসাৰ তথা ডিজিটেল সমাধান সূত্ৰৰ বিনিময়...

October 14, 2025 11:51 AM

views 37

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ চিপিআৰ সজাগতা সপ্তাহ মুকলি

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে কালি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গ...

October 14, 2025 11:46 AM

views 42

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি

● চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি হৈ ১১ লাখ ৮৯ হাজাৰ কোটিতকৈও অধিক হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ অক্টোবৰলৈকে ৫ লাখ দুহেজাৰ কোটি সংগ্ৰহ হৈছিল। বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত কৰৰ পৰিমাণ আছিল ৪ লাখ ৯২ হাজাৰ কোটি টকা। চলিত বৰ্ষত ন’ন কৰ্প...

October 14, 2025 11:44 AM

views 27

পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত আফগানিস্তানে নিজৰ উদ্দেশ্যত সফল হৈছে

● আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুট্টাকীয়ে কয়, যে পাকিস্তানৰ আক্ৰমণৰ পাছতেই আফগানিস্তানে মাত্ৰ এটা সামৰিক অভিযান কৰিছিল। বর্তমান ভাৰতত থকা আফগানিস্তানৰ ব...

October 13, 2025 8:38 PM

views 15

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ কার্ডিঅ’ পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি কার্ডিঅ' পালমনেৰী ৰিচাচিটেশ্বন চমুকৈ চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰিছে। অহা ১৭ অক্টোবৰত এই সজাগতা সপ্তাহৰ সামৰণি পৰিব। চিপিআৰ সজাগতা সপ্তাহ মুকলি কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব পূন্যসলিলা শ্রীবাস্তৱে জনসাধাৰণৰ মাজত চিপিআৰ প্ৰয়োগ সামর্থ গঢ়ি তোলাৰ ওপৰত গুৰু...

October 13, 2025 8:30 PM

views 119

২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা

আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ'মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি...

October 13, 2025 8:26 PM

views 24

প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছেঃ পিয়ুছ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে আজি কয় যে প্রধানমন্ত্রী গতিশক্তিয়ে বৃহৎ পৰিকল্পনা আৰু সুক্ষ্ম ৰূপায়ণৰ মাজত সেঁতু হিচাপে কাম কৰিছে। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত কাৰ্যসূচীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে চৰকাৰ আৰু শা...

October 13, 2025 8:24 PM

views 34

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।