ৰাষ্ট্ৰীয়

January 15, 2026 8:03 PM

views 9

সামাজিক মাধ্যমত ভাৰতীয় ষ্টেট বেংকৰ নামত আধাৰ আপডেট সম্পৰ্কীয় ভিডিঅত প্ৰচাৰিত বার্তাটো ভুৱা বুলি চৰকাৰৰ প্ৰকাশ

সামাজিক মাধ্যমত ভাৰতীয় ষ্টেট বেংকৰ নামত আধাৰ আপডেট কৰিবলৈ ব্যৱহাৰকাৰীয়ে এ পি কে ফাইল ডাউনলোড কৰি ইনষ্টল কৰিব লাগে বুলি প্ৰচাৰিত হৈ থকা বার্তাটো চৰকাৰে খণ্ডন কৰিছে। ভিডিঅটোত কোৱা হৈছে যে, যদি আধাৰ আপডেট নহয় তেন্তে এছ বি আই ইউন এপটো বন্ধ কৰা হ'ব। প্ৰেছ ইনফৰমেছন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এইটো ভুৱা বুলি ...

January 15, 2026 7:51 PM

views 11

সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক অভিনন্দন জনাইছে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা বার্তাত কয় যে ভাৰতীয় সেনাবাহিনীৰ সাহস, সর্বোচ্চ ত্যাগ আৰু দেশ ৰক্ষাৰ বাবে থকা প্রতিশ্রুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান জনাই আহিছে। দেশৰ সীমান্ত ৰক্ষ...

January 15, 2026 7:49 PM

views 22

৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট’ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব

সমাগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট'ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে এই দুয়োগৰাকী নেতাই ২৫ জানুৱাৰীৰ পৰা তিনি দিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণৰ ক...

January 15, 2026 7:05 PM

views 9

পোংগাল আৰু মকৰ সংক্ৰান্তি উপলক্ষে উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ জনসাধাৰণলৈ শুভেচ্ছা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোংগাল আৰু মকৰ সংক্ৰান্তি উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে এই কৃষিভিত্তিক উৎসৱে প্ৰকৃতি, কৃষক আৰু কঠিন পৰিশ্ৰমে দেশ নির্মাণলৈ আগবঢ়োৱা অৱদানক সোঁৱৰাই দিয়ে। তেওঁ পোংগাল উৎসৱে প্ৰতি...

January 15, 2026 7:00 PM

views 13

সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আহিছেঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

আজি সেনাবাহিনী দিৱস। এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতীয় সেনাবাহিনীৰ সাহসী বিষয়া, সৈনিক আৰু প্ৰাক্তনসকলক শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে সৈনিকসকলৰ অদম্য সাহস, নিয়মানুৱৰ্তিতা আৰু সৰ্বোচ্চ ত্যাগে দেশখনক দি অহা সুৰক্ষাই প্ৰতিজন নাগৰিকক উদ্বুদ্ধ কৰি আ...

January 15, 2026 6:45 PM

views 12

ভাৰতে গণতান্ত্রিক প্রতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াই যে গণতন্ত্ৰক সুস্থিৰতা আৰু গতি প্ৰদান কৰে সেয়া প্ৰমাণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ

ভাৰতে গণতান্ত্রিক প্রতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াই যে গণতন্ত্ৰক সুস্থিৰতা আৰু গতি প্ৰদান কৰে সেয়া প্ৰমাণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ সংবিধান ভৱনত আজি কমনৱলেথ ৰাষ্ট্ৰসমূহৰ সংসদৰ অধ্যক্ষ আৰু সভাপতিসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেও...

January 15, 2026 10:11 AM

views 19

জয়পুৰত ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড

জয়পুৰত আজি ৭৮ সংখ্যক সেনা দিৱসৰ পেৰেড অনুষ্ঠিত হ'ব। জগতপুৰাৰ মহল ৰোডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত সেনাই নিজৰ অনুশাসন, শক্তি আৰু আধুনিক সামৰিক ক্ষমতাৰ প্ৰদৰ্শন কৰিব। পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পেৰেড অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মা আৰু সেনাপ্রধান, জে...

January 15, 2026 10:08 AM

views 13

মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ আদৰণি

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক আদৰণি জনায়। তেওঁ এই আগমনক কেৱল এক যাত্ৰাৰ উৎসৱ নহয় বৰঞ্চ এক গভীৰ সভ্যতাৰ উদযাপন বুলি অভিহিত কৰে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী শ্রীসোণোৱালে কয়, যে পৰম্পৰাগতভাবে নির্মিত এই জাহা...

January 15, 2026 10:00 AM

views 19

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কমনৱেলথৰ অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সম্মিলন উদ্বোধন কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্মিলনত সভাপতিত্ব কৰিব। ৪২ খন কমনবেল্থ দেশ আৰু ৪ খন অর্ধ স্বায়ত্তশাসিত সংসদৰ ৬১ গৰাকী অধ্যক্ষ আৰু প্রিজাইডিং বিষয়াই এই সন্মিলনত অংশগ্রহণ কৰিব। সম্মিল...

January 14, 2026 10:06 PM

views 45

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।