ৰাষ্ট্ৰীয়

October 19, 2025 1:36 PM

views 46

দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত দীপাৱলী উৎসৱৰ আয়োজন

উত্তৰ প্ৰদেশৰ অযোধ্যাত অনুষ্ঠিত দীপাৱলী উৎসৱৰ দৰে দিল্লীত প্ৰথমবাৰৰ বাবে ব্যাপক ৰূপত এই উৎসৱৰ আয়োজন কৰা হৈছে। কালি কর্তব্যপথত আয়োজিত এই দীপাৱলী উৎসৱৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয়, যে দীপাৱলী কেৱল মাত্ৰ পোহৰৰ উৎসৱেই নহয়, বৰং ই এটা নতুন দিশৰো বাৰ্তা বহন কৰে। তে...

October 19, 2025 1:25 PM

views 42

ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ জনসাধাৰণলৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ

দেশৰ জনসাধাৰণে এই উৎসৱৰ বতৰত দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় এক্সপ্ৰেছ ৱে'ত নিজৰ পৰিয়াল তথা বন্ধুবৰ্গক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এবছৰৰ বাবে ভ্ৰমণ কৰাৰ সুবিধা হোৱাকৈ ফাষ্টটেগ বাৰ্ষিক পাছ উপহাৰ দিব পাৰে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ ৰাজমাৰ্গ যাত্ৰা মোবাইল এপ্লিকেচনৰ জৰিয়তে ব্যক্তিগত বাহনসমূহৰ ব...

October 19, 2025 1:18 PM

views 25

ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ প্ৰচাৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ভাৰতীয় ৰে’লৱেৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত

ভাৰতীয় ৰে'লৱেই ৰে'লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভি ডি অ' শ্বেয়াৰ কৰা ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কয়, যে এইবেলি উৎসৱৰ বতৰত ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰা আৰু...

October 19, 2025 1:15 PM

views 66

ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতে নেফিথ্ৰ'মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড° সিঙে কয়, যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰো...

October 18, 2025 9:38 PM

views 110

ভাৰতে নেফিথ্ৰমাইচিন নামৰ থলুৱা এণ্টিবায়টিক বিকশাই তুলিছেঃ ড০ জিতেন্দ্র সিং

ভাৰতে নেফিথ্ৰমাইচিন নামৰ থলুৱা এণ্টিবায়টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। নতুন দিল্লীত আজি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড০ সিঙে কয়, যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্রশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষে...

October 18, 2025 9:36 PM

views 32

ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই ৰে'লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভি ডি অ' শ্বেয়াৰ কৰা ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে'ল মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কয়, যে এইবেলি উৎসৱৰ বতৰত ছ'ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ' প্ৰচাৰ কৰা আৰু...

October 18, 2025 8:59 PM

views 58

অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যত অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অনুকৰণত অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ অনুষ্ঠিত হ'ব। বিচিচিআইৰ সচিব দেৱজিৎ শ‍ইকীয়া আজি বৰপেটাত এই কথা প্রকাশ কৰিছে। অসম ক্রিকেট সন্থাই বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদিত নিৰ্মাণ কৰি থকা ক্রিকেট একাডেমীত আয়োজন কৰা এটা স...

October 18, 2025 12:28 PM

views 15

উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ’ৰ-জি প্লেন মুকলি বি এছ এন এলৰ

বি এছ এন এলে সমগ্র দেশৰ নতুন গ্রাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী ফ'ৰ-জি প্লেন মুকলি কৰিছে। এই মাহৰ ১৫ তাৰিখৰ পৰা অহা ১৫ নৱেম্বৰলৈ এই ফ'ৰ-জি প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্রাহকসকলে ৩০ দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্রতিদিনে 2GB মোবাইল ডাটা আৰু এশটা এছ এম এছ...

October 18, 2025 12:23 PM

views 29

আজি ব্ৰাহ্মা’ছ এৰ’স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি যোগী আদিত্যনাথৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰাহ্মা'ছ এৰ'স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম'ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰে। লক্ষ্ণৌ ব্রাহ্ম'ছ এৰ'স্পেচ হৈছে উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিড'ৰ যত থলুৱা প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা পৰীক্ষণলৈকে সকলো সু...

October 18, 2025 12:18 PM

views 33

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

সমগ্র বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গন্য কৰে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্রীমোদীয়ে কয়, যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অট'মোবাইলৰ পৰা মোবাইল নির্মাণলৈকে দেশৰ বিভি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।