ৰাষ্ট্ৰীয়

October 20, 2025 7:47 PM

views 30

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ পৰা চাৰিদিনীয়া কেৰালা ভ্রমণসূচী

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু কাইলৈ চাৰিদিনীয়া কেৰালা ভ্রমণসূচীৰ থিৰুবনন্তপুৰমত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে অহা বুধবাৰে চবৰিমালা মন্দিৰ দৰ্শন কৰিব। শ্রীমতী মুর্মুৱে অহা বৃহস্পতিবাৰে থিৰুৱনন্তপুৰমৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ প্ৰতিমূর্তি উন্মোচন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে শ্রীনাৰায়...

October 20, 2025 7:41 PM

views 35

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব'ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়। উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ...

October 20, 2025 7:35 PM

views 145

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বিগত দশকত ৩ গুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা স্পৰ্শ কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা হৈছেগৈ বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ২০১৪ চনৰ পৰা ৪০ খনতকৈও অধিক থলুৱাভাৱে নির্মিত যুদ্ধ জাহাজ আৰু ছাবমেৰিন ৰপ্তানি কৰা বুলি উল্লেখ কৰি শ্রীমোদীয়ে লগতে কয় যে, ভাৰতে এতিয়া সৰহসংখ্যক প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন দেশত...

October 20, 2025 5:35 PM

views 39

গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দীপাৱলী উদযাপন

দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰিছে। গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ছোৱাত প্রধানমন্ত্রীয়ে এই কথা...

October 20, 2025 5:31 PM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ‘গর্ব ছে কহো য়ে স্বদেশী হেয়’ বাৰ্তাৰে উজ্জীবিত হ’বলৈ সকলোকে আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্ৰয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্রয় কৰা সামগ্ৰীসমূহৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যবস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্রাণিত কৰিব বুলি তে...

October 20, 2025 11:29 AM

views 54

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে'লৱেৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে কালি নিশা আনন্দ বিহাৰ ষ্টেচন পৰিদৰ্শন কৰে। দীপাৱলী তথা যট পূজাৰ সময়ছোৱাত ৰে'লযাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ লোৱাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে এইদৰে কালি ষ্টেচনটোত কালি উপস্থিত হয়। তেওঁ যাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰাৰ লগতে এই সন্...

October 20, 2025 11:26 AM

views 42

চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু

চেন্নাইত ফটকা বিস্ফোৰণৰ ফলত কালি কমেও ৪ জন লোকৰ মৃত্যু হয়। চেন্নাইৰ পাটাবিৰাম আবদীৰ এটা ঘৰত বিক্ৰীৰ বাবে মজুত কৰি ৰখা ফটকাৰ বিস্ফোৰণৰ পৰাই এই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে মৃত দুজন লোক ফটকাৰ গ্ৰাহক হোৱাৰ বিপৰীতে দুজন লোকে ঘৰটোত বাস কৰিছিল। এই দুৰ্ঘটনাত ফটকা মজুত কৰি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰ...

October 20, 2025 11:13 AM

views 47

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত কৰিব বুলি ...

October 20, 2025 11:08 AM

views 36

সুৰক্ষিত, দায়িত্বসহকাৰে আৰু পৰিৱেশ অনুকুল ব্যৱস্থাৰে দীপাৱলী উদযাপন কৰিবলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ আহ্বান; উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণানে দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুমুৱে কয়, যে দীপাৱলী হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ যাক বিপুল উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই উৎসৱে অন্ধকাৰৰ ওপৰত পোহৰ, অ...

October 19, 2025 2:25 PM

views 28

আৰক্ষী স্মৃতি দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধার্ঘ্য নিবেদন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অহা মঙলবাৰে আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত শ্বহীদ আৰক্ষী কর্মীসকলৰ প্ৰতি শ্ৰদ্ধার্ঘ্য নিবেদন কৰিব। ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখত চীনৰ সশস্ত্র সৈনিকৰ এটা দলে অতর্কিতে আক্রমণ চলাই নিহত কৰা ১০ গৰাকী আৰক্ষী কৰ্মীৰ স্মৃতিত এই দিৱস পালন কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।