ৰাষ্ট্ৰীয়

October 23, 2025 12:16 PM

views 36

অপাৰেচন সিন্দুৰ দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী- ৰাজনাথ সিঙ

অপাৰেচন সিন্দুৰে দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰপৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ...

October 23, 2025 12:20 PM

views 17

তিনিদিনীয়া ভ্রমণসূচীৰে ৰাজনাথ সিং কাইলৈ জয়ছলমেৰলৈ ৰাওনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ জয়ছলমেৰলৈ যাব। তাত তেওঁ সেনা কামাণ্ডৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেচন সিন্দূৰৰ পাছত মৰুভূমিৰ নগৰখনত প্ৰথমবাৰৰ বাবে এনে সম্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্রত্যাহ্বানসমূহৰ সন্দৰ্ভত পর্যালোচনা কৰাৰ ...

October 23, 2025 12:12 PM

views 45

সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন

সমগ্র দেশতে আজি পৰম্পৰাগত ৰীতি-নীতিৰে ভাই দোজ পালন কৰা হৈছে। দীপাৱলীৰ পাছতেই পালন হোৱা এই উৎসৱ দেশৰ ভিন্ন প্রান্তত ভাইফোটা, ভাওবীজ, ভাইটীকা অথবা য়ামা দ্বিতীয়া আদি বিভিন্ন নামেৰে জনা যায়। এই উৎসবে ভাতৃ-ভগ্নীৰ মাজৰ মৰম-স্নেহ বান্ধোন কটকটীয়া কৰে। আজিৰ এই পৱিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃৰ কপালত তিলক আঁকি দী...

October 23, 2025 12:21 PM

views 39

বিহাৰ বিধানসভা নির্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন। ৰাজ্যখনৰ ২০ খন জিলাৰ ১২২ বিধানসভা সমষ্টিৰ বাবে ১১ নৱেম্বৰত ভোটগ্রহণ কৰা হ'ব। কাইমুৰ জিলাৰ মহানিয়া সমষ্টিৰ সংৰক্ষিত আসনখনৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ প্রার্থী স্বেতা সুমনে দাখিল কৰা মনোনয়ন পত্র ইতি...

October 23, 2025 12:05 PM

views 15

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে আজি পীযূষ গোবেল জার্মানীলৈ যাব

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোবেল আজি জার্মানীলৈ যাব। ভাৰত-জার্মানী কৌশলগত সহযোগিতাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জার্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত শ্রীগোৱেলে জার্মানীৰ শক্তি মন্ত্র...

October 23, 2025 12:03 PM

views 56

কেৰালাত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তি উন্মোচন শ্রীমতী দ্রৌপদী মুর্মুৰ

চাৰিদিনীয়া ভ্রমণসূচীৰে কেৰালালৈ যোৱা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্রাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্রতিমূর্তিও উন্মোচন কৰে। ইয়াৰ পাছত শ্রীমতী মুৰ্মবে তিৰুৱানন্তপুৰমৰ সমীপৰ ভাৰকলাত থকা শিৱগুৰি মঠত শ্রীনাৰায়ণা গুৰু সমাধিৰ শতবর্ষ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ...

October 22, 2025 8:19 PM

views 120

জি এছ টি সঞ্চয় উৎসৱৰ পৰা উপকৃত হৈছে সমাজৰ সকলো শ্ৰেণীৰ লোক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্রী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্রদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কা...

October 22, 2025 8:14 PM

views 33

দেশজুৰি ৬ লাখ ৬ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীক চি পি আৰ প্রশিক্ষণ প্রদান

চি পি আৰ সজাগতা সপ্তাহত দেশজুৰি ৬ লাখ ৬ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীক চি পি আৰ প্রশিক্ষণ প্রদান কৰা বুলি স্বাস্থ্য মন্ত্র্যালয়ে প্রকাশ কৰিছে। ম্যালয়ে যোৱা ১৩ৰ পৰা ১৭ অক্টোবৰলৈ সৰ্ব ভাৰত চি পি আৰ সজাগতা সপ্তাহৰ আয়োজন কৰে। এই কাৰ্য্যসূচীত জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দে...

October 22, 2025 8:12 PM

views 16

অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে মন্ত্রী পীযূষ গোৱেলৰ কাইলৈ জার্মানী যাত্ৰা

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল কাইলৈ অর্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে কাইলৈ জার্মানীলৈ যাব। ভাৰত-জার্মানী কৌশলগত সহযোগিতাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জার্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্রমণকালত শ্রীগোৱেলে জার্মানীৰ শক্ত...

October 22, 2025 8:08 PM

views 32

মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক এটা ৰায় সম্পৰ্কত চাৰি মাহৰ সময় উচ্চতম ন্যায়ালয়ৰ

ন্যায়িক সেৱাত দৃষ্টি বাধাগ্ৰস্ত লোকক কর্ম সংস্থাপনৰ সুযোগ লাভৰ পৰা বঞ্চিত কৰিব পৰা নাযায় বুলি চলিত বৰ্ষৰ আগভাগত দিয়া ৰায় ৰূপায়ণ কৰাৰ বাবে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ক উচ্চতম ন্যায়ালয়ে চাৰি মাহৰ সময় দিছে। ন্যায়াধীশ জে বি পার্ডিবালা আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে মধ্য প্রদেশ উচ্চ ন্যায়ালয়ৰ হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।