ৰাষ্ট্ৰীয়

October 24, 2025 6:26 PM

views 63

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহসী আৰক্ষীসকলক শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰীৰাধাকৃষ্ণণে কয় যে ভাৰত-তিববত সীমান্ত সুৰক্ষা আৰক্ষীৰ জোৱানসকলে হিমালয়ৰ প্ৰান্তীয় অঞ্চলত দেশৰ প্ৰতিৰক্ষাৰ বাবে প্ৰথমশাৰীত থিয় হৈ ...

October 24, 2025 12:58 PM

views 34

প্রধানমন্ত্রীৰ ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ সপ্তদশ পৰ্যায়ৰ অধীনত আজি পুৱা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত অতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী ড° জিতেন্দ্ৰ সিং আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৰা...

October 24, 2025 12:51 PM

views 41

ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ’ৰ আৰ্হি প্রতিযোগিতা ঘোষণা

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্রাজেন অভিযানৰ বাবে লগ'ৰ আৰ্হি প্রতিযোগিতা ঘোষণা কৰিছে। মন্ধ্যালয়ে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে, এই প্রতিযোগিতাত বিজয়ীগৰাকীক নগদ ১ লাখ টকাৰ পুৰস্কাৰ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব। এই লগ'টোৰ আর্হিত এই অভিযানৰ কথা, সেউজ হাইড্রাজেন উৎপাদন...

October 24, 2025 12:49 PM

views 32

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি পিযুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বাণিজ্যিক বুজাবুজিৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে বুলি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পিযুষ গোৱেলৰ প্ৰকাশ কৰিছে। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্রীগোৱেলে কয়, যে দুয়োপক্ষই ভাৰত আৰু আমেৰিকাৰ দলসমূহৰ সৈতে এই সম্পর্কীয় আলোচনা আগবঢ়াই নিয়াৰ উদ্দেশ্যে সক্র...

October 24, 2025 12:46 PM

views 50

ষট্ পূজাৰ সময়ত ১৫০০ খন বিশেষ ৰেলৰ ব্যৱস্থা কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ৰে'ল ভৱনৰ বিশেষ কক্ষৰ পৰা কালি এই উৎসৱৰ বতৰত ৰে'ল যাত্ৰীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে চলাচল কৰোৱা বিশেষ ৰে'লৰ বিষয়ে সবিশেষ বুজ লয়। তেওঁ সমাগত ষট্ পূজাৰ প্ৰতি লক্ষ্য ৰাখি বাবে ৰে'ল কর্তৃপক্ষই যাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে মত বিন...

October 24, 2025 12:43 PM

views 78

গগণযানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে বুলি ইছৰোৰ অধ্যক্ষৰ প্ৰকাশ

গগণযান অভিযানৰ মানৱৰহিত পৰীক্ষামূলক উৎক্ষেপণ জি ৱানৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈছে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ড° ভি. নাৰায়ণনে প্রকাশ কৰিছে। বাংগালুৰুত কালি সাংবাদিকৰ আগত ড° নাৰায়ণনে কয়, যে ক্রু এছকেপ ব্যৱস্থা, পেৰাছুট ব্যৱস্থ...

October 23, 2025 8:59 PM

views 49

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষি...

October 23, 2025 8:53 PM

views 32

নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা

অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব  টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশ...

October 23, 2025 8:19 PM

views 69

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্রসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে ...

October 23, 2025 12:18 PM

views 18

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।