October 26, 2025 8:45 PM
33
৩১ অক্টোবৰত দেশজুৰি হ’বলগীয়া একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান
অহা ৩১ অক্টোবৰত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই উপলক্ষে প্ৰতি বছৰে গুজৰাটত থকা একতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এইবাৰো বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে সেই স্থানত পেৰেডৰ লগতে ভাৰতীয় কুকুৰৰ স...