ৰাষ্ট্ৰীয়

January 16, 2026 8:41 PM

views 10

ভাৰতৰ দীপ টেক ষ্টার্ট-আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে : মন্ত্রী অশ্বিনী বৈষ্ণৱ

নির্ধাৰিত নীতি আৰু বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ দীপ টেক ষ্টার্ট আপতন্ত্র দ্রুতভাবে সম্প্ৰসাৰিত হৈছে বুলি ইলেকট্রনিকছ আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে বর্তমান দেশৰ ৮০ শতাংশ ষ্টার্ট আপ প্রতিষ্ঠানেই কৃত্রিম বুদ্ধিমত্তা আধাৰিত। তেওঁ লগতে...

January 16, 2026 8:36 PM

views 8

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে : বৈদেশিক পৰিক্ৰমা মন্ত্রালয়

ভাৰতে ইৰাণৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্র বনধীৰ জয়ছৱালে কয় যে ভাৰত ইৰানত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ স্বাৰ্থৰ হকে প্রয়োজনীয় সকলো পদক্ষেপ ল'বলৈ প্রতিশ্রুতিবদ্ধ। তে...

January 16, 2026 8:32 PM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা প্রধানমন্ত্রীয়ে কাইলৈ মালডা ৰে'ল ষ্টেচনৰ পৰা ভার্চুবেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্রথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চা...

January 16, 2026 8:30 PM

views 14

ষ্টার্ট আপ ইণ্ডিয়া অভিযানে ১০ বছৰত বিপ্লৱত পৰিণত হৈছে : প্রধানমন্ত্রী

ষ্টার্ট আপ ইণ্ডিয়া অভিযানে সমগ্র দেশতে নতুন সংস্কৃতিৰ প্ৰৱৰ্তন কৰি মাত্র ১০ বছৰতে বিপ্লৱত পৰিণত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। ষ্টার্ট আপ ইন্ডিয়া অভিযানৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্টার্ট আপ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রী...

January 16, 2026 12:43 PM

views 18

গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি

ভাৰতীয় নির্বাচন আয়োগে গোৱা, লক্ষদ্বীপ, ৰাজস্থান, পুড়ুচেৰী আৰু পশ্চিমবংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ সময়সীমা ১৯ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। ভোটদাতাসকলে ১৯ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ যিকোনো দাবী বা আপত্তি দাখিল কৰিব পাৰিব। নির্বাচন আয়োগে এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নি...

January 16, 2026 12:39 PM

views 12

মৎস্য আৰু জলজ কৃষি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰত আৰু ইজৰাইলৰ এখন যুটীয়া মন্ত্রীপৰ্যায়ৰ ঘোষণা পত্ৰত স্বাক্ষৰ

ভাৰত আৰু ইজৰাইলে মৎস্য আৰু জলজ কৃষি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এখন যুটীয়া মন্ত্রীপৰ্যায়ৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছে। ইজৰাইলত অনুষ্ঠিত ব্লু ফুড ছিকিউৰিটি: ছি দ্যা ফিউছাৰ ২০২৬ শীর্ষক দ্বিতীয় গোলকীয় সন্মিলনত এই ঘোষণা পত্ৰত স্বাক্ষৰ কৰা হয়। মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্র্যালয়ে এটা বিবৃতিত ...

January 16, 2026 12:35 PM

views 27

কাইলৈ নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে’ল গাড়ীকে ধৰি কেইবাখনো ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হাওৰা আৰু অসমৰ কামাখ্যা সংযোগী নতুন বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছ ৰে'ল গাড়ীকে ধৰি কেইবাখনো ৰে'লৰ যাত্ৰাৰ কাইলৈ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিবলগীয়া আন ৰে’লগাড়ীসমূহ হৈছে- নিউ জলপাইগুৰি-নাগেৰকইল অমৃত ভাৰত এক্সপ্ৰেছ, নিউ জলপাইগুৰি-তিৰুচিৰাপল্লি অমৃ...

January 16, 2026 12:14 PM

views 11

ভাৰত মণ্ডপমত ষ্টার্টআপ ইণ্ডিয়া উদ্যমৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টার্টআপ ইণ্ডিয়া উদ্যমৰ এটা দশক সম্পূর্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশৰ ষ্টার্ট আপ ব্যৱস্থাৰ সৈতে জড়িত লোকসকলৰ সৈতে মত বিনিময় কৰিব। ষ্টার্টআপ খণ্ডৰ বচা বচা প্রতিনিধিয়ে তেওঁলোকৰ উদ্যমী যাত্ৰাৰ অভ...

January 15, 2026 8:24 PM

views 21

মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৪১.০৮ শতাংশ ভোটদান

আজি বিয়লি ৩.৩০ বজালৈ মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৪১.০৮ শতাংশ ভোটদান হয়। মহাৰাষ্ট্ৰৰ অন্যান্য পৌৰ নিগমসমূহতো একেধৰণৰ ধাৰা পৰিলক্ষিত হৈছে। পাৰভানীত ৫৬ শতাংশ ভোটগ্রহণ হোৱাৰ বিপৰীতে কলহাপুৰত বিয়লিলৈকে ৫১ শতাংশ ভোটদান হৈছে অহিল্যানগৰত ৪৮.৪৯ শতাংশ ভোটদান, ইচালকাৰঞ্জী আৰু জালনাত ৪৬ শতাংশকৈ আৰু নৱী মুম্বাইত...

January 15, 2026 8:13 PM

views 9

I-PAC আৰু সহ-প্রতিষ্ঠাপক প্রতীক জৈনৰ বাসগৃহত ইডিৰ তালাচীক লৈ পশ্চিমবংগ আৰক্ষীয়ে দিয়া এজাহাৰ উচ্চতম ন্যায়ালয়ে ৰাখিছে

শেহতীয়াকৈ কলকাতাত থকা ৰাজনৈতিক পৰামৰ্শদাতা প্রতিষ্ঠান I-PAC আৰু সহ-প্রতিষ্ঠাপক প্রতীক জৈনৰ বাসগৃহত বিধিবলবৎকাৰী সংস্থাই তালাচী চলোৱাক লৈ পশ্চিমবংগ আৰক্ষীয়ে ৰুজু কৰা এজাহাৰ উচ্চতম ন্যায়ালয়ে আজি স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছে যে, এই আবেদনসমূহে কেন্দ্রীয় তদন্তত ৰাজ্যিক সংস্থাসমূহৰ হস্তক্ষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।