ৰাষ্ট্ৰীয়

January 8, 2026 8:13 PM January 8, 2026 8:13 PM

আজি ইউ আই ডি এ আই প্ৰাধিকৰণৰ আধাৰ শুভংকৰ মুকলি

আধাৰ নামাৰে পৰিচিত ইউ আই ডি এ আই প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ে জানিবলৈ দিছে যে, ইয়াৰ ফলত আধাৰৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনসাধাৰণৰ বাবে উপযোগী হ'ব। মন্ত্র্যালয়ে জানিবলৈ দিছে যে, এই শুভংকৰৰ ফলত জনসাধাৰণে আধাৰৰ নৱীকৰণ, প্ৰমাণীকৰণ আৰু অফলাইন ব্যৱস্থাৰে...

January 8, 2026 8:12 PM January 8, 2026 8:12 PM

নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ...

January 8, 2026 8:09 PM January 8, 2026 8:09 PM

কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে প্রধানমন্ত্রীৰ ঘূৰিণীয়া মেজমেলৰ আলোচনা অনুষ্ঠিত

নতুন দিল্লীত প্রধানমন্ত্রীৰ বাসভৱনত কৃত্রিম বুদ্ধিমত্তা ষ্টার্টআপ সকলৰ সৈতে আজি অনুষ্ঠিত ঘূৰিণীয়া মেজমেলৰ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। অহা মাহত হ'বলগীয়া India AI Impact Summit ২০২৬ ৰ পৰিপ্ৰেক্ষিতত ১২ টাকৈ ভাৰতীয় এ আই ষ্টার্টআপে AI for ALL: Global Impact Challenge পর্যায়ত যোগ্...

January 7, 2026 10:23 PM January 7, 2026 10:23 PM

views 1

মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু

বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ' য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পূৰ্বৰ বিশ্ব ...

January 7, 2026 10:19 PM January 7, 2026 10:19 PM

ছত্তিশগড়ৰ ছুকমা জিলাত ২৬জন নক্সালবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ ছুকমা জিলাত আজি ২৬জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে। ইয়াৰে ১৩জন নক্সালবাদীৰ শিৰৰ মূল্য ৬৫ লাখ টকা আছিল। ছুকমা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে প্ৰকাশ কৰা মতে পুনা মার্জেম পুনর্বাস পদক্ষেপৰ অধীনত ৭গৰাকী মহিলাকে ধৰি নক্সালবাদীৰ দলটোৱে শীৰ্ষ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াৰ সন্মুখত আত্মস...

January 7, 2026 10:08 PM January 7, 2026 10:08 PM

সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ’ খণ্ডন চৰকাৰৰ

চৰকাৰে সামাজিক মাধ্যমত বিয়পি পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিনিয়োগ আঁচনি প্ৰচাৰৰ এটা ভিডিঅ' খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ তথ্য অনুসন্ধান গোটে এই ভিডিঅ'টোক এ-আইৰ দ্বাৰা নিৰ্মিত ভুৱা ভিডিঅ' বুলি উল্লেখ কৰিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে এনে কোনো আঁচনি প্ৰচাৰ কৰা নাই বুলি তথ্য অনুসন্ধান গোটে স্...

January 7, 2026 10:06 PM January 7, 2026 10:06 PM

views 1

নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শ্ৰদ্ধাঞ্জলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত লেফটেনেণ্ট জেনেৰেল এছ কে সিনহাৰ জন্মশতবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। লেফটেনেণ্ট জেনেৰেল এছ কে সিনহা স্মাৰক বক্তব্যত ভার্চুৱেল ব্যৱস্থাৰে অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জেনেৰেল সিন্হাৰ ঐতিহ্যৰ প্ৰশংসা কৰি সকলোকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হ'...

January 7, 2026 10:04 PM January 7, 2026 10:04 PM

views 1

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে সোমনাথ মন্দিৰত হোৱা প্ৰথমটো আক্ৰমণৰ হাজাৰ বছৰৰ স্মৃতি ৰোমন্থন কৰি ২০২৬ বৰ্ষত বছেৰেকীয়াভাৱে উদযাপন কৰাকৈ বহুবোৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভাৰতৰ পাৰম্পৰিক ভক্তি ভাৱ, সংস্কৃত...

January 7, 2026 10:01 PM January 7, 2026 10:01 PM

views 1

বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত

ভাৰত বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাড়কাৰিয়ে প্ৰকাশ কৰিছে। বিটুমিন হৈছে খাৰুৱা তেলৰ পৰা বিভাজন কৰি প্ৰস্তুত কৰা হাইড্ৰ'কাৰ্বনৰ ক'লা ৰঙৰ ডাঠ মিশ্রণ, যাক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। নতুন দিল্লীত...

January 7, 2026 9:59 PM January 7, 2026 9:59 PM

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে দেশ দুখনৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনযোগে বাৰ্তালাপ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৰ সৈতে টেলিফোনযোগে কথা পাতি দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই গণতান্ত্রিক মূল্যবোধ, গভীৰ পাৰস্পৰিক বিশ্বাস আৰু দূৰদৰ্শী দৃষ্টিভংগীকে ধৰি ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদা...