মনৰ কথা

August 18, 2024 12:05 PM

views 23

প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ ১১৩ সংখ্যক খণ্ডৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড । প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন...

July 28, 2024 6:56 PM

views 25

স্বাধীনতা দিৱসৰ ভাষণৰ বাবে মাই গভ অথবা নমো এপৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ আহ্বান

আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্রোতাসকলক ১৫ আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে হৰ ঘৰ তিৰংগা অভিযানত অংশগ্রহণ কৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে, জাতীয় পতাকাৰ গৌৰৱ তুলি ধৰাৰ ক্ষেত্ৰত হৰ ঘৰ তিৰংগা অভিযান সম্প্রতি বিশেষ উৎসৱত পৰিণত হৈছে। স্বাধীনতা দিৱসৰ ভাষণত তেওঁ যাতে বিভিন্ন বিষয় সা...

July 28, 2024 6:54 PM

views 27

দেশৰ ভিন্ন প্ৰান্তত বাঘ আৰু মানুহৰ মাজত বৰ্ধিত সংঘাতত প্ৰধানমন্ত্ৰীৰ উদ্বিগ্নতা প্রকাশ

কাইলৈ সমগ্ৰ বিশ্বতে আন্তর্জাতিক ব্যাঘ্ৰ দিৱস উদযাপন কৰা হব। এই সন্দৰ্ভত আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বাঘ ভাৰতীয় সংস্কৃতিৰ অপৰিহাৰ্য্য অংশ হিচাপে বিবেচিত হৈ আহিছে আৰু অৰণ্যৰে পৰিবেষ্টিত গাওঁসমূহত বাস কৰা লোকসকলে বাঘৰ সৈতে কিদৰে সমন্বয়ৰে বাস কৰিব পাৰি সেয়া ভালদৰে জানে...

July 28, 2024 6:50 PM

views 11

ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

ড্ৰাগছে সৃষ্টি কৰা ভয়াবহ প্ৰত্যাহ্বানৰ উল্লেখ কৰি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিটো পৰিয়ালকে তেওঁলোকৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে বুলি আশংকাত দিন কটাবলগীয়া হৈছে। এই ক্ষেত্ৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা মানস শীৰ্ষক বিশেষ কাৰ...

July 28, 2024 6:45 PM

views 20

দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত  আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহটক জিলাৰ ২৫০ গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্রিণ্টিং আৰু ডায়িঙৰ প্ৰশিক্ষণ গ্ৰ...

July 28, 2024 6:41 PM

views 22

এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়িব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে যে, এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে। এই প্ৰসংগত মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পত আলোকপাত কৰি তেওঁ ভাৰতৰ ৰাজহুৱা কলা অৰ্থাৎ পাৰি প্ৰকল্পৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় য...

July 28, 2024 6:37 PM

views 44

চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্...

July 28, 2024 6:33 PM

views 23

বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাক খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে, পূর্বে খাদী কাপোৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খাদী কাপোৰ পৰিধান কৰিবলৈ লৈছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে, দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে ৪০০ শতাংশ বৃদ্ধিপ্রাপ্ত হৈ প্ৰথমবাৰৰ বাবে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে...

July 28, 2024 6:29 PM

views 19

আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুন্দৰ প্ৰদৰ্শনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

আকাশবাণীৰ মন কী বাতৰ আজিৰ খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অলপতে হৈ যোৱা আন্তৰ্জাতিক গণিত অলিম্পিয়াদত ভাৰতীয় শিক্ষাৰ্থীসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে। এই অলিম্পিয়াদত ভাৰতীয় দলটোৱে ৪ টা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰি শীৰ্ষ ৫ টা দলৰ ভিতৰত স্থান লাভ কৰে। আন্তৰ্জাতিক গণিত অলিম্পিয়াদত এইবাৰ ...

July 21, 2024 12:25 PM

views 19

২৮ জুলাইত প্রধানমন্ত্ৰীৰ মন কী বাতৰ পৰবৰ্তী খণ্ড

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্রধানমন্ত্ৰীয়ে কৈছে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।