September 29, 2024 6:42 PM
25
বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীক প্রধানমন্ত্রীৰ প্ৰশংসা
আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ নামত এজুপি গছ অর্থাৎ এক পেৰ মা কে নাম অভিযানত অংশ গ্রহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। তেওঁ কয় যে, এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব। এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ত...