মনৰ কথা

November 24, 2024 12:29 PM

views 20

চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে চৰকাৰী বিভাগসমূহত এই আঁচনি ফলদায়ক ৰূপে পৰিগণিত হৈছে আৰু কাৰ্যালয়সমূহত যথেষ্ঠ ঠাই ওলাই...

November 24, 2024 12:26 PM

views 15

মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণ কৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এ...

October 27, 2024 6:54 PM

views 18

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি প্ৰকাশ

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সাফল্যক লৈ সন্তুষ্টি প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই অভিযান দেশৰ সমূহীয়া চেতনাৰ অংগ হৈ পৰিছে। তেওঁ কয় যে, আত্মনিৰ্ভৰ হৈ উঠাৰ পাছত ভাৰতে প্ৰতিটো ক্ষেত্ৰতে ভাল প্রদর্শন আগবঢ়াইছে। এসময়ত বিশ্বত প্ৰতিৰক্ষা আহিলা পাতিৰ সৰ্ববৃহৎ ...

October 27, 2024 6:50 PM

views 21

ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কাইলৈ বিশ্ব এনিমেচন দিৱস উদযাপনৰ বিষয়ে প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। লগতে জনসাধাৰণক এনিমেচন ক্ষেত্ৰত গোলকীয় শক্তিৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতত গেমিং ক্ষেত্ৰৰ নি...

October 27, 2024 6:47 PM

views 14

ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল এৰেষ্টৰ নামত চলা প্ৰৱঞ্চনাক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১১৫ সংখ্যক খণ্ডৰ যোগেদি ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ডিজিটেল এৰেষ্টৰ নামত চলা এনে ধৰণৰ প্ৰৱঞ্চনা ৰোধ কৰাৰ বাবে সকলো তদন্তকাৰী সংস্থাই একেলগে কাম কৰি আছে।...

October 25, 2024 6:14 PM

views 25

অহা ২৭ অক্টোবৰত আকাশবাণীৰ যোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৭ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্...

September 29, 2024 8:40 PM

views 18

মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰে...

September 29, 2024 6:53 PM

views 15

দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মাতৃভাষাত গুৰুত্বত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে। তেওঁ বিভিন্ন ভাষা, বিশেষকৈ চাওতালী ভাষা সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰে। এই অভিযানে চাওতালী ভাষাক এটা নতুন পৰিচয় দিব বুলি তেওঁ উল্লেখ কৰে।

September 29, 2024 6:51 PM

views 17

আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিকাশ ভি, বিৰাছট ভি মন্ত্ৰৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰকাশ কৰে যে, তেওঁ অলপতে কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ডেলাৱা...

September 29, 2024 6:48 PM

views 13

দেশৰ চুকে কোণে পানী সংৰক্ষণত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব

পানী সংৰক্ষণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে নাটনিৰ দিনত বহুতো সহায় কৰে। এই ক্ষেত্ৰত তেওঁ ঝানছিৰ বুন্দেল খণ্ড অঞ্চলৰ উদাহৰণ দি কয় যে, একাংশ মহিলাই বৰষুণৰ পানীক বিশেষভাৱে বোৱাই নি ঘুৰাৰি নদীক এটা নতুন জীৱন দিবলৈ সমৰ...