January 19, 2025 8:59 PM January 19, 2025 8:59 PM
24
ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই, বৰং এই সংস্কৃতি দেশৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসাৰিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ষ্টাৰ্ট আপ ইণ্ডিয়াৰ ৯ বছৰ সম্পূৰ্ণ হোৱা প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানৰ ১১৮ সংখ্যক খণ্ডত কয়, যে দেশৰ ষ্টাৰ্ট আপ সংস্কৃতি কেৱল ডাঙৰ ডাঙৰ চহৰতে সীমাবদ্ধ হৈ থকা নাই। বৰং এই সংস্কৃতি জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশক লৈ চিহ্নিত কৰা দ্বিতীয় আৰু তৃতীয় স্তৰৰ মহানগৰলৈ সম্প্ৰসা...