May 25, 2025 11:48 AM May 25, 2025 11:48 AM
3
উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ-প্ৰতিভা সঁচাই অদ্ভুত বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষযে উল্লেখ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলো। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। শ্ৰীমোদীয়ে Crafted Fibber...