মনৰ কথা

November 30, 2025 12:14 PM

views 92

মন কি বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌ পালনেৰে ব্যৱসায়ত অধিক উপাৰ্জনৰে স্বাৱলম্বিতা গঢ়াৰ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত মৌ উৎপাদন আৰু ব্যৱসায়ৰ কথা উল্লেখ কৰি কয় যে  মৌৰ সোৱাদ আৰু মৌৰ আহৰণত কিমান পৰিক্ৰমা জড়িত হৈ থাকে আৰু প্ৰকৃতিৰ সৈতে সন্তুলন ৰক্ষা কৰি কাম কৰা হয়। কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত হোৱা বন তুলসী অর্থাৎ চুলাই নামৰ ফুলবিধৰ ৰসৰ পৰা আহৰণ কৰা বগা মৌক ৰ...

October 26, 2025 6:49 PM

views 114

উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয়ত শক্তিশালী ভূমিকা ল’ব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত মন্তব্য কৰে

ভাৰতৰ কফিৰ জনপ্রিয়তা বর্তমান বিশ্বজুৰি বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলতো সম্প্রতি কফি খেতি জনপ্রিয় হৈছে আৰু উত্তৰ-পূবৰ কফিয়ে বিশ্বত ভাৰতীয় কফিৰ পৰিচয় শক্তিশালী কৰাত ভূমিকা ল'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি এইদৰে কয়। প্রধানমন্ত্রীয়ে ষট্ পূজাৰ কথা উল্লেখ ক...

October 26, 2025 12:05 PM

views 115

স্বচ্ছতা আৰু স্বচ্ছতাৰ বাবে প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাষণত অম্বিকাপুৰ আৰু বেংগালুৰুত কৰা প্ৰয়াসক প্ৰধানমন্ত্ৰী মোদীৰ শলাগ

স্বচ্ছতা আৰু স্বচ্ছতাৰ বাবে কৰা প্ৰয়াসৰ বিষয়েও বহুতো প্ৰেৰণাদায়ক বার্তা লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত উল্লেখ কৰে। এনে এক বাৰ্তা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড়ৰ অম্বিকাপুৰত চহৰখনৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাষণ কৰাৰ বাবে এক অনন্য পদক্ষেপ গ্রহণ কৰিছে। অম্...

October 26, 2025 11:59 AM

views 100

গুজৰাটৰ বন বিভাগে ধ’লেৰাত জলাহ ভূমিৰ বিস্তৃতিৰে পৰিৱেশ-তন্ত্রৰ অনুকুল কামক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

যিদৰে পাহাৰ আৰু সমতলভূমিত জংঘল থাকে, সেই জংঘলে মাটিখিনি বান্ধি ৰাখে, ঠিক তেনেদৰে সাগৰৰ পাৰত থকা Mangrove অর্থাৎ জলাহ ভূমিৰো একেধৰণৰ গুৰুত্ব থাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকশবাণীৰ মন কী বাতত কয় যে জলাহ ভূমি সাগৰৰ লুণীয়া পানী আৰু জলাশয় ভূমিত বৃদ্ধি পায় আৰু সামুদ্রিক পৰিৱেশ-তত্ত্ব...

October 26, 2025 11:52 AM

views 89

গুজৰাটৰ বন বিভাগে ধ’লেৰাত জলাহ ভূমিৰ বিস্তৃতিৰে পৰিৱেশ-তন্ত্রৰ অনুকুল কামক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

যিদৰে পাহাৰ আৰু সমতলভূমিত জংঘল থাকে, সেই জংঘলে মাটিখিনি বান্ধি ৰাখে, ঠিক তেনেদৰে সাগৰৰ পাৰত থকা Mangrove অর্থাৎ জলাহ ভূমিৰো একেধৰণৰ গুৰুত্ব থাকে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকশবাণীৰ মন কী বাতত কয় যে জলাহ ভূমি সাগৰৰ লুণীয়া পানী আৰু জলাশয় ভূমিত বৃদ্ধি পায় আৰু সামুদ্রিক পৰিৱেশ-তত্ত্ব...

October 26, 2025 11:47 AM

views 126

ওড়িশাৰ ‘কোৰাপুট কফি’ৰ খেতিৰ সফলতা আৰু সমৃদ্ধিত প্ৰধানমন্ত্ৰী মোদীৰ আনন্দ প্ৰকাশ

ওড়িশাৰ 'কোৰাপুট কফি'ৰ সোৱাদেই কেৱল অপূর্ব নহয়, সোৱাদৰ লগতে এই কফিৰ খেতিৰ জৰিয়তে তেওঁলোকে আয়ো বৃদ্ধি কৰিছে। কোৰাপুটৰ কিছুসংখ্যক লোকৰ 'কোৰাপুট কফি'ৰ খেতি কৰাটো এক আবেগ হৈ পৰিছে। ক'ৰ্পৰেট খণ্ডৰ ভাল চাকৰি পৰিত্যাগ কৰি তেওঁলোকে এই কফিৰ খেতি কৰিবলৈ লৈছে আৰু সফলতাৰ মুখো দেখিছে। ইয়াৰ ভিতৰত বহুকেইগৰাকী মহিল...

October 26, 2025 11:23 AM

views 75

জি. এছ. টি. হ্ৰাসে থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

জি. এছ. টি. সঞ্চয় উৎসৱক লৈ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে বুলি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰি কয় যে এইবাৰৰ উৎসৱত বজাৰত থলুৱা সামগ্ৰীৰ ক্ৰয় যথেষ্ট বৃদ্ধি পাইছে। খোৱাতেলৰ ক্ষেত্ৰত ১০ শতাংশ হ্রাস কৰাৰ আগ্ৰহ ব্যক্ত কৰাৰই ক্ষেত্ৰত জনসাধাৰণে ইতিবাচক মনোভা...

September 28, 2025 11:51 AM

views 84

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভূপেন হাজৰিকাদেৱৰ গীতে বিশ্বৰ বিভিন্ন দেশৰ মাজত সংযোগ সেতু গঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত 'মানুহে মানুহৰ বাবে' শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে৷ এই কাম অতি প্রশংসনীয় প...

September 28, 2025 11:49 AM

views 128

জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমত ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন হৈ থকা সময়তে জুবিন গাৰ্গৰ অকাল বিয়োগত জনসাধাৰণ শোকবিহ্বল হৈ পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গ এগৰাকী প্ৰখ্যাত গায়ক আছিল যিয়ে স...

July 27, 2025 8:10 PM

views 82

আন্তঃৰাষ্ট্ৰীয় ৰসায়ন তথা গণিত অলিম্পিয়াদত পদক অৰ্জন শিক্ষাৰ্থীসকলক প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাতত প্ৰশংসা

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত নিজৰ মনৰ ভাব ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াদত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াদতো ভাৰতীয় শ...