April 13, 2025 12:04 PM April 13, 2025 12:04 PM
15
ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাত নক্সালবাদীৰে সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ
ঝাৰখণ্ডৰ পশ্চিম সিংহভুম জিলাৰ জৰাইকেলা থানা এলেকাত কালি চলোৱা তালাচী অভিযানৰ সময়ত নক্সালবাদীৰ সৈতে হোৱা সংঘৰ্ষত ঝাৰখণ্ড জেগুৱাৰ বাহিনীৰ এজন জোৱান ছহিদ হয় আৰু কোৱা বেটেলিয়নৰ এজন জোৱানো গুৰুতৰভাৱে আহত হয়। আৰক্ষী অধীক্ষক আশুতোষ শেখৰে এই ঘটনাৰ বিষয়ে নিশ্চিত কৰি কৈছে যে, অভিযানৰ সময়ত আই ই ডি বিস্ফো...