আন্তৰ্জাতিক সংবাদ

July 7, 2024 11:53 AM

views 30

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ...

July 5, 2024 6:55 PM

views 31

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীৰ বিজয়

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বিপুল বিজয় সাব্যস্ত কৰিছে। দলৰ নেতা কিৰ ষ্টাৰমাৰ কনজাৰভেটিভ দলৰ ঋষি ছুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ'ব। এটা দশকতকৈও অধিক কাল বিৰোধী পক্ষত থকাৰ পাছত লেবাৰ পাৰ্টী ক্ষমতালৈ আহিছে। শেহতীয়া তথ্য অনুসৰি লেবাৰ পাৰ্টীয়ে ৬৫০ খন আসনৰ ভিতৰত ৪১০ খ...

July 3, 2024 6:27 PM

views 32

ইউক্রেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীৰ আহ্বান

হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানে মস্কোৰ সৈতে আলোচনা প্রক্রিয়া ত্বৰান্বিত কৰাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিক আহ্বান জনাইছে। পৰৱৰ্তী ছমাহৰ বাবে ইউৰোপীয় সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে ইউক্রেইন ভ্ৰমণল...

June 28, 2024 12:50 PM

views 28

মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে

কাৰিকৰী আঁসোৱাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত পোনতে ৮ দিনৰ বাবে পৰিকল্পনা কৰা এই অভিযান এতিয়া এমাহলৈ চলিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহাকাশচাৰীদ্বয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন...

June 26, 2024 8:24 PM

views 32

ম্যানমাৰৰ ভাৰত সীমান্তত হিংসা আৰু অস্থিৰতাক লৈ মন্ত্রী ড০ এছ জয়শংকৰৰ গভীৰ উদ্বেগ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ম্যানমাৰৰ ভাৰত সীমান্তৱৰ্ত্তী এলেকাত অব্যাহত থকা হিংসা আৰু অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। শ্ৰীজয়শংকৰে ম্যানমাৰৰ উপ-প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্রী ইউ থান শ্বেক নতুন দিল্লীত সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই পৰিস্থিতিৰ সমাধান কৰাৰ বাবে সকলো অংশীদ...

June 25, 2024 6:45 PM

views 32

লোকসভাৰ নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ আজি দ্বিতীয় দিনাও নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্রহণ অব্যাহত আছে। আজি পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ এডভোকেট গোৱাল কাগড়াই হিন্দীত শপত লয়। আজি শপত গ্ৰহণ কৰা সদস্যসকলৰ ভিতৰত কংগ্ৰেছৰ বছৱ শোভা, বিজেপিৰ স্মিতা উদয় বাঘ, অনুপ সঞ্জয় ধোত্রেই, কংগ্ৰেছৰ বলৱন্ত বাসৱ...

June 23, 2024 11:50 AM

views 23

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ বাবে আধ্যাত্মিক নেতা দালাই লামাৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন

তিববতৰ আধ্যাত্মিক নেতা দালাই লামাই বিহাৰৰ ৰাজগিৰিত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। দেশৰ যুৱক-যুৱতীসকলৰ মাজত প্ৰাচীন ভাৰতৰ জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতি বৰ্ধিত আগ্রহে তেওঁকো উৎসাহিত কৰিছে বুলি আধ্যাত্মিক নেতাগৰাকীয়ে উল্লেখ কৰে ।

June 23, 2024 11:31 AM

views 26

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কালি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয় যে, দুয়োখন দেশৰ মাজৰ নিয়মীয়া আলোচনাই ১৯৭১ চনৰ বাংলাদেশৰ মুক্তি সংগ্ৰামেৰে আৰম্ভ হোৱা মৈত্রী আৰু সহযোগিতাৰ যা...

June 20, 2024 8:31 PM

views 34

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব শেইখ হাছিনা

বাংলাদেশৰ প্ৰধানমন্ত্রী শেইখ হাছিনা কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্রমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চ...

June 15, 2024 1:34 PM

views 27

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি G-7 শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্রধানমন্ত্রীদ্বয়ে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক লৈ আলোচনা কৰে আৰু অনাগত সময়ত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা অধিক বৃদ্ধি পাব বুলি আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।