আন্তৰ্জাতিক সংবাদ

October 13, 2024 11:38 AM

views 18

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ল...

October 12, 2024 4:14 PM

views 23

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আম...

October 10, 2024 8:27 PM

views 30

২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ...

October 10, 2024 8:24 PM

views 28

দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নবেল বঁটা

দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। লেখিকাগৰাকীক কাব্যাত্মক গদ্যৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ লিখা কেইখনমান প্ৰসিদ্ধ গ্ৰন্থৰ ভিতৰত দি ভেজিটেৰিয়ান, দ্যা হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ অন্যতম। হান কাঙে ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাং জু...

October 9, 2024 7:33 PM

views 22

২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

ৰয়েল ছুইডিজ একাডেমী অৱ ছায়েন্সে আজি ২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰে। প্ৰ'টিনৰ গাঁথনিৰ পূৰ্বানুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে তিনিগৰাকী বিজ্ঞানী ডেভিদ বেকাৰ, ডেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হয়।

October 9, 2024 5:56 PM

views 21

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰত...

October 6, 2024 8:26 PM

views 34

মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী

ইজৰাইলত হামাছ আক্ৰমণৰ বৰ্ষপূর্তি ওচৰ চপাৰ লগে লগে মধ্যপ্রাচ্য তথা গাজাত হিংসাৰ অন্ত পেলোৱাৰ আহ্বান জনাই কালি বিশ্বৰ কেইবাখনো প্ৰধান চহৰত প্ৰতিবাদী কাৰ্যসূচী আয়োজিত হয়। পেলেষ্টাইনৰ হেজাৰ হেজাৰ সমর্থকে ছেণ্ট্ৰেল লণ্ডন, পেৰিছ, ৰোম, মেনিলা, কেপটাউন তথা নিউয়র্ক মহানগৰত সমদল উলিয়ায়। উল্লেখযোগ্য যে বি...

October 6, 2024 8:13 PM

views 22

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু  পাঁচ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ আমন্ত্ৰণ মৰ্মে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু আজি পাঁচ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হৈছে মুইজ্জৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷ এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ ম...

October 6, 2024 7:55 PM

views 24

গ্রেনেডাত প্ৰবাসী ভাৰতীয়ৰ সৈতে কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈঠক

কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গ্রেনেডাত প্ৰবাসী ভাৰতীয়ৰ সৈতে এক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ লৈ সাংস্কৃতিক উদযাপন আৰু ঐতিহ্যৰ গভীৰ অনুভূতিয়ে ভাৰত আৰু গ্রেনেডাৰ মাজৰ শক্তিশালী বন্ধনক উজ্জ্বল কৰি তুলিছিল বুলি মন্তব্য কৰে। তেওঁ লগতে সমাজলৈ...

October 6, 2024 8:48 PM

views 26

কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰাৰ লগতে ই উদ্ভাৱনীমূলকোঃ এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰে আৰু এই কাৰণে কোৱাড অতি উদ্ভাৱনীমূলক হৈ পৰিছে। নতুন দিল্লীত আজি তৃতীয় কৌটিল্য অর্থনীতি সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সন্ধি আধাৰিত সংস্থা নোহোৱাৰ বাবে কোৱাড সুবিধাজনক হ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।