আন্তৰ্জাতিক সংবাদ

October 20, 2024 6:27 PM

views 17

গাজাৰ উত্তৰ প্ৰান্তত ইজৰাইলৰ আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু

গাজাৰ উত্তৰ প্ৰান্তৰ বেট লাহিয়াত কালি ইজৰাইলে চলোৱা আক্ৰমণত ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ধ্বংসস্তুপৰ মাজত বহু লোক এতিয়াও আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পাব পাৰে বুলি গাজাৰ চৰকাৰী সংবাদ কার্যালয়ে প্ৰকাশ কৰিছে। ই...

October 20, 2024 6:37 PM

views 20

বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰবোৱো সুবিয়াণ্টোৰ কাৰ্যভাৰ গ্ৰহণ

প্ৰবোৱো সুবিয়াণ্টোই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৭৩ বছৰীয়া সুবিয়াণ্টো আনুষ্ঠানিকভাৱে বিশ্বৰ সৰ্বাধিক মুছলমান জনবসতিৰ দেশ ইণ্ডোনেছিয়াৰ অষ্টম ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। সুবিয়াণ্টোই ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত প্ৰায় ৬০ শতা...

October 20, 2024 11:31 AM

views 15

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰ্যালয়ে সামাজিক মাধ্যমযোগে কৈছে যে, দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণত গুৰুত্ব আৰোপ কৰা হব। মন্ত...

October 20, 2024 11:19 AM

views 24

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম’ৰিটেনিয়া আৰু মলাৱিৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আলজেৰিয়া, ম'ৰিটেনিয়া আৰু মলাৱিৰ ত্ৰিদেশীয় ভ্ৰমণ সামৰি নতুন দিল্লীত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিৰ এই ভ্রমণে আলজেৰিয়া, ম'ৰিটেনিয়া আৰু মলাৱিৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্কত এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এই সপ্তাহজোৰা ভ্ৰমণকালত ৰাষ্ট্ৰ তিনিখনৰ নেতৃবৰ...

October 19, 2024 8:21 PM

views 17

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্রোন আক্রমণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত আজি পুৱা ড্রোন আক্রমণ সংঘটিত হয়। প্রাপ্ত বাতৰি অনুসৰি হিজবুল্লাই কেইছেৰিয়া এলেকাস্থিত নেতান্যাহুৰ বাসগৃহলৈ লক্ষ্য কৰি এটা ড্রোন নিক্ষেপ কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে, আক্ৰমণৰ সময়ত প্রধানমন্ত্রী বাসগৃহত নাছিল। এই আক্ৰমণত ক...

October 17, 2024 8:26 PM

views 35

ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে। লিলোংগতে ভাৰত মলাৱি ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে ১৯৬৪ চনত মলাৱিৰ স্বাধীনতা লাভৰ ঠিক পাছত দেশখনৰ সৈতে কূটনৈতিক সম্পৰ্ক স...

October 17, 2024 6:40 PM

views 22

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে

ভাৰতে, দেশখনৰ বিৰুদ্ধে কানাডাই উত্থাপন কৰা অভিযোগৰ সমৰ্থনত কোনো ধৰণৰ তথ্য-প্রমাণ নাই বুলি দোহাৰিছে। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৱে তদন্ত আয়োগৰ ওচৰত কৰা সাক্ষ্য দান সন্দৰ্ভত সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছৱালে কয় যে তেওঁৰ বক্তব্যই ভাৰতে ইমা...

October 17, 2024 5:48 PM

views 23

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ত্রিদেশীয় ভ্রমণসূচীৰ তৃতীয় তথা অন্তিম পৰ্যায়ত আজি তিনিদিনীয়া ভ্রমণসূচীৰে মলাৱিত উপস্থিত হৈছে। দেশখন ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকী মলাৱিৰ নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক...

October 17, 2024 11:05 AM

views 23

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে ভাৰত জড়িত থকাৰ অভিযোগৰ কোনো শক্তিশালী প্রমাণ নাছিল বুলি কানাডাৰ প্ৰধানমন্ত্রীৰ স্বীকাৰ

কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডোই প্ৰাৰম্ভিক অৱস্থাত ভাৰত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ সময়ত দেশখনৰ ওচৰত এই অভিযোগৰ সপক্ষে কোনো শক্তিশালী প্রমাণ নাছিল বুলি স্বীকাৰ কৰিছে। বিদেশী হস্তক্ষেপ তদন্তৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অভিয...

October 17, 2024 10:44 AM

views 26

মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ দ্বিপাক্ষিক আলোচনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি মৰিটানিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ আউল্ড গজৌৱানীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্রতিনিধি পৰ্যায়ৰ আলোচনাতো ভাগ লয়। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে চাৰিখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মু ত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।