আন্তৰ্জাতিক সংবাদ

February 20, 2025 7:29 AM

views 12

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কমেও ৭জন যাত্রীক গুলীয়াই হত্যা

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কালি এজন অচিনাক্ত বন্দুকধাৰীয়ে এখন বাছত যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছত কমেও ৭ জন যাত্রীক গুলীয়াই হত্যা কৰে। বিষয়াসকলে জনোৱা মতে, বাছখনে প্ৰদেশখনৰ ৰাজধানী কুৱেটাৰ পৰা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশলৈ যাত্ৰা কৰাৰ সময়ত দুৰ্বৃত্তই বৰখান অঞ্চলত এই হত্যাকাণ্ড সংঘটিত ...

February 16, 2025 9:11 PM

views 14

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন বিমান অমৃতসৰত অৱতৰণৰ সম্ভাৱনা

আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা আন এখন বিমান আজি নিশা অমৃতসৰৰ শ্ৰীগুৰুৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰৰ নিশ্চিত তথ্যৰ ভিত্তিত আমাৰ জলন্ধৰৰ সংবাদদাতাই জনোৱা অনুসৰি বিমানখনত এশ গৰাকীতকৈও অধিক ভাৰতীয় নাগৰিক আছে। ইয়াৰ ভিতৰত...

February 16, 2025 9:01 PM

views 18

অমানত অনুষ্ঠিত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অংশগ্ৰহণ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অমানৰ ৰাজধানী মাস্কটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কয়, যে সমগ্ৰ বিশ্ব পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে। তেওঁ কয়, যে আন্তর্জাতিক ব্যৱস্থাসমূহত দেখা দিয়া পৰিৱৰ্তনক নতুন বিচাৰধাৰা তথা সিদ্ধান্তৰ উপৰি বিশ্বৰ সন্মুখত আহি পৰ...

February 16, 2025 8:58 PM

views 15

আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালিৰ সোণৰ খনিত সংঘটিত দুৰ্ঘটনাত ৪২ গৰাকী লোক নিহত

আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালিৰ পূব দিশৰ সোণৰ খনিত হোৱা দুৰ্ঘটনাত ৪২ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও আহত হৈছে। স্থানীয় বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, ডাবিয়াৰ বিলালী ক'ৰ্টত কালি এই ঘটনা সংঘটিত হয়। কেনিয়াবা জিলাৰ চৰকাৰী প্ৰতিনিধি মহম্মদ ডিক'ৱে ৪২ গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰী কৰিছ...

February 16, 2025 8:54 PM

views 17

গাজাৰ যুদ্ধ বিৰতি সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰু ইজৰাইলৰ প্ৰধানমন্ত্রীৰ মত বিনিময়

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই আজি ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেত্যান্যাহুৰ সৈতে জেৰুজালেমত গাজাৰ যুদ্ধ বিৰতি সন্দৰ্ভত মত বিনিময় কৰাৰ কথা। ৰুবিঅ'ই কাইলৈ টেলআভিভত উপস্থিত হ'ব। যুদ্ধ বিৰতি সন্দৰ্ভত হোৱা বুজাবুজিৰ আধাৰত ৩৬৯ গৰাকী পেলেষ্টাইনী বন্দীৰ বিনিময়ত হামাছে ইজৰাইলৰ তিনিগৰাকী পণবন্দীক...

February 16, 2025 11:15 AM

views 12

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি সহায়ক তথা ৰাছিয়া আৰু ইউক্রেইনৰ বাবে থকা বিশেষ কটকী কীথ কেলাঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত বিশ্ব সুৰক্ষা সন্মিলনত কালি এই কথা প্ৰকাশ কৰে। অঞ্চলটোত শান্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্...

February 15, 2025 6:34 PM

views 19

ৰাছিয়া আক্ৰমণ সন্দৰ্ভত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰকাশ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে কয় যে বন্ধ হৈ থকা চেন বিল পাৰমানৱিক শক্তি খণ্ডৰ ৰেডিয়েচন কনটেইনমেণ্ট চেণ্টাৰত ৰাছিয়াৰ ড্ৰ'নে যথেষ্ট ক্ষতি সাধন কৰিছে। অৱশ্যে জেলেনস্কি আৰু ৰাষ্ট্ৰসংঘৰ পাৰমানৱিক শক্তি সংস্থাই এই ঘটনাৰ পাছত বিকিৰণৰ মাত্ৰাই স্বাভাৱিক বুলি নিশ্চিত কৰিছে। ইউক্রেইনত চলি থকা য...

February 15, 2025 6:25 PM

views 18

পাকিস্তানত বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্রমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

February 15, 2025 6:22 PM

views 29

হামাছে মুকলি কৰি দিবলগীয়া ৩ পণবন্দীৰ নাম ইজৰাইলৰ ঘোষণা

গাজা স্ট্রিপত পেলেষ্টাইনী সশস্ত্র গোট হামাছে আজি মুকলি কৰি দিবলগীয়া তিনিজন পণবন্দীৰ নাম ইজৰাইলে ঘোষণা কৰিছে। যোৱা মাহত স্বাক্ষৰ হোৱা যুদ্ধ বিৰতিৰ চুক্তিৰ অধীনত ষষ্ঠবাৰৰ বাবে পণবন্দীকেইজনক মুকলি কৰি দিয়া হ'ব। ইজৰাইলক কাটাৰী আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে পণবন্দী লোককেইজনৰ তথ্য দিয়া হয় হামাছৰ ...

February 15, 2025 11:34 AM

views 11

পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগত বোমা বিস্ফোৰণত ১১জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।