আন্তৰ্জাতিক সংবাদ

November 23, 2025 7:49 PM November 23, 2025 7:49 PM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জোহান্সবার্গত দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি জোহান্সবার্গত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাক সাক্ষাৎ কৰে। প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। দুয়োগৰাকী নেতাই উভ...

November 23, 2025 7:16 PM November 23, 2025 7:16 PM

views 19

ভিয়েটনামৰ বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি

ভিয়েটনামৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯০লৈ বৃদ্ধি পাইছে। এই দুৰ্যোগৰ ফলত বৰ্তমানলৈ আন ১২গৰাকী লোক সন্ধানহীন হৈ আছে। ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত ১, ১৫৪টা বাসগৃহ ক্ষতিগ্রস্ত হোৱাৰ লগতে ৮০,৮০০ হেক্টৰতকৈও অধিক পৰিমাণৰ কৃষিভূমিৰ ধান আৰু অন্যান্য শস্য বানৰ কবলত পৰা বুলি তথ্যত...

November 23, 2025 10:42 AM November 23, 2025 10:42 AM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ, মালয়েছিয়াৰ প্ৰধানমন্ত্রী অনৱাৰ ইব্রাহিম, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰ', জাৰ্মানীৰ ছেন্সেলৰ ফেড্...

November 22, 2025 8:48 PM November 22, 2025 8:48 PM

views 17

ভিয়েটনামত বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৫৫ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুৰ্যোগ আৰু বান ব্যৱস্থাপনা প্রাধীকৰণে প্ৰকাশ কৰা মতে ১৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নি পানীয়ে প্রায় ৮০ হাজাৰ হেক্টৰ ভূমিৰ খেতি নষ্ট কৰিছে আৰু ৩২ লাখ হাঁহ, কুকুৰা আৰু পশুধন উটুৱাই নিছে। বাঢ়নি প...

November 21, 2025 9:25 PM November 21, 2025 9:25 PM

views 16

ভাৰত-দক্ষিণ আফ্ৰিকাৰ গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছেঃ আই অ’ এল নিউজ

দক্ষিণ আফ্ৰিকাৰ আগশাৰীৰ ডিজিটেল মাধ্যম আই অ' এল নিউজে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গভীৰ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু দীৰ্ঘদিনীয়া সম্পর্ক আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ লগতে চলিত বৰ্ষৰ জি-২০ শীর্ষ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী অভিজ্ঞ ৰাষ্ট্ৰনেতাৰূপে নহয়, বৰঞ্চ সফল বিশ্বনেতা হিচাপেও বি...

November 21, 2025 11:06 AM November 21, 2025 11:06 AM

views 22

ভিয়েটনামত বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি

ভিয়েটনামত নেৰা-নেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। বিগত তিনিদিনত মধ্য ভিয়েটনামৰ ভালেমান অংশত হোৱা ১৫০ ছেণ্টিমিটাৰৰ অধিক বৰষুণৰ বাবে অঞ্চলটোৰ গাঁও-নগৰসমূহ বানত বুৰ গৈছে। ভিয়েটনামত পৰিৱেশ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে দেশখনৰ ৬টা প্ৰান্তত কেইবাজনো লোকৰ মৃত্যু...

November 17, 2025 1:28 PM November 17, 2025 1:28 PM

views 24

শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা উলংঘনৰ গোচৰ সংক্রান্তত আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে...

November 16, 2025 8:32 PM November 16, 2025 8:32 PM

views 31

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণৰ ৰায়দান

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানবতা বিৰোধী গোচৰ সংক্ৰান্তত কাইলৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মটুজা মজুমদাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে ৰায়দানৰ দিন নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কট...

November 16, 2025 7:20 PM November 16, 2025 7:20 PM

views 22

বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ বাৰ্তালাপ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে বাহৰেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ আব্দুল্লাতিফ বিন ৰছিদ আলজায়ানীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত ড০ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই টেলিফোনিক বাৰ্তালাপৰ সময়ত ভাৰত আৰু বাহৰেইনৰ মাজৰ দীর্ঘদিনীয়া আৰু বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উপায়ৰ ...

November 16, 2025 11:24 AM November 16, 2025 11:24 AM

views 19

বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন

বেলুচ নেশ্যনেল মুভমেন্টে বেলুচিস্তানৰ কেইবাখনো জিলাত বেলুচ শ্বহীদ দিৱস পালন কৰে। এই দিৱসত ৰাজনৈতিক নেতা আৰু মানৱ অধিকাৰ কৰ্মীসকলে বিলুচিস্তানৰ পাকিস্তান দখলীকৃত ভূমি আৰু মানৱ অধিকাৰ উলংঘনৰ বিষয়টোত আলোকপাত কৰে৷ উল্লেখযোগ্য যে, বেলুচিস্তানৰ স্বাধীনতা, সন্মান আৰু অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া বেলুচ শ্...