আন্তৰ্জাতিক সংবাদ

July 24, 2025 9:13 PM

views 21

ৰাছিয়ান A N-24 বিমানখন দুৰ্ঘটনাত পতিত হোৱাত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত

আংগাৰা এয়াৰ লাইনচৰ দ্বাৰা পৰিচালিত ৰাছিয়ান A N-24 বিমানখন আজি দুৰ্ঘটনাত পতিত হোৱাৰ ফলত পাঁচটি শিশু আৰু ৬গৰাকী বিমানকর্মীসহ ৪৯ জন লোক নিহত হয়। ব্লাগভেচচেনস্ক'ৰ পৰা ৰাছিয়া-চীন সীমান্তৰ সমীপৰ টিণ্ডালৈ গৈ থকা বিমানখন অৱতৰণৰ কিছু সময় পূর্বে বিমান পৰিবহন নিয়ন্ত্ৰকৰ সৈতে যোগাযোগ হেৰুৱাই আৰু পাহাৰীয়া...

July 23, 2025 12:26 PM

views 17

চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰিটেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

চৰকাৰী কাৰ্যসূচীৰে ব্ৰিটেইনলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সন্ধিয়া দেশখনত উপস্থিত হ'ব। ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কেইৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমৰ্মে শ্রীমোদী দেশখনলৈ গৈছে। আঞ্চলিক আৰু বিশ্বব্যাপী প্রাসংগিক বিষয়সমূহ সন্দৰ্ভত ...

July 20, 2025 8:36 PM

views 20

ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত

ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সাগৰৰ পাৰত আজি পাঁচটা শক্তিশালী ভূমিকম্প অনুভূত হয়। সবাতোকৈ শক্তিশালী ভূমিকম্পটো ৭.৪ প্রাবল্যৰ আছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ২০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই বৃহৎ ভূমিকম্পটো পেট্ৰ'পাত্ন’ভস্ক- কামচাটস্কিৰ ১৪৪ কিলোমিটাৰ পূবত কেন্দ্ৰিভূত হৈছিল। প্ৰশান্ত মহ...

July 20, 2025 8:24 PM

views 18

২৩ জুলাইৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৩ৰ পৰা ২৬ তাৰিখলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ২৩ ৰ পৰা ২৪ জুলাইলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমর্মে ব্ৰিটেইনলৈ যাব। এই ভ্ৰমণকালত শ্রীমোদীয়ে ভাৰত ব্রিটেইন দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে প্রধানমন্...

July 11, 2025 8:54 PM

views 14

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰত আৱদ্ধ হৈ পৰা আমেৰিকাৰ দুগৰাকী নাগৰিকক উদ্ধাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামুদ্...

July 8, 2025 8:43 PM

views 17

টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ মধ্যভাগত হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৪ লৈ বৃদ্ধি পাইছে আৰু অন্য ৪১ জন লোক সন্ধানহীন হৈ আছে। প্রাপ্ত বাতৰি অনুসৰি কেৰ কাউণ্টিত সৰ্বাধিক লোক নিহত হৈছে। কেৰ কাউণ্টিৰ এটা গ্ৰীষ্মকালীন শিবিৰত ২৮ গৰাকী কিশোৰৰ মৃত্যু হয়। টেক্সাছৰ উপ-ৰাজ্যপাল ডেন পেট্রিকে কয়,...

July 6, 2025 8:16 PM

views 21

ছিৰিয়া আৰু ব্ৰিটেইনে দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পর্ক আনুষ্ঠানিকভাৱে নৱীকৰণ কৰিছে

ব্ৰিটেইনৰ বৈদেশিক সচিব ডেভিদ লেমিৰ ডামাস্কাছ ভ্ৰমণৰ পাছতে ছিৰিয়া আৰু ব্ৰিটেইনে দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পর্ক আনুষ্ঠানিকভাৱে নৱীকৰণ কৰিছে। দুয়োখন দেশৰ চৰকাৰে প্ৰকাশ কৰা বিবৃতি অনুসৰি লণ্ডনত ছিৰিয়াৰ দূতাবাস পুনৰ মুকলি কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে ছিৰিয়া-ব্ৰিটিছ অর্থনৈতি...

July 6, 2025 8:07 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ দি জেনেৰিঅ’ৰ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ' দি জেনেৰিঅ'ত আজি নিশা আৰম্ভ হ'বলগীয়া ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। ব্ৰিকছ সদস্য-ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। সপ্তদশ ব্রিকছ শীর্ষ সন্মিলনত আন্তর্জাতিক প্ৰশাসনীয় সংস্কাৰ, পৰিবেশ পৰিৱৰ্তন সম্পৰ্কীয় প্ৰত্যাহ্ব...

July 6, 2025 2:24 PM

views 35

সপ্তদশ ব্ৰীকচ্ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত

সপ্তদশ ব্ৰীকচ্ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, তেওঁ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা চিলভাৰ সৈতে ফলদায়ক আলোচনাৰ বাবে আগ্ৰহেৰে বাট চাইছে। চতুৰ্থবাৰৰ বাবে দক্...

July 6, 2025 12:42 PM

views 16

আমেৰিকাৰ টেক্সাছত বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু

আমেৰিকাৰ টেক্সাছ প্ৰদেশত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বানত কমেও ৪৩ গৰাকী লোকৰ মৃত্যু ঘটিছে। লগতে শিবিৰত থকা ২৫ গৰাকী লোক এই বানৰ পাছত নিৰুদ্দিষ্ট হৈছে। কেৰ কাউণ্টিৰ ছেৰিফ লেৰি লেইথাই কয়, যে নিহতসকলৰ ভিতৰত ১৫ গৰাকী শিশুকে ধৰি আন ১৮ জন লোক আছে। তেওঁ লগতে কয়, যে এই বানৰ ফলত কমেও ২৭ গৰাকী লোক নিৰুদ্দেশ হৈছ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।