আন্তৰ্জাতিক সংবাদ

August 18, 2025 8:20 PM

views 27

ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসানৰ কথা প্ৰকাশ ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ জেলেনস্কীয়ে আজি নিশা আলোচনাত মিলিত হোৱাৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসান ঘটাব বুলি দোহাৰিছে। ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ইউৰোপীয় সংঘৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে হোৱাইট হাউচত ট্রাম্পক সাক্ষা...

August 18, 2025 12:34 PM

views 25

ৱাশ্বিংটনত ভ’ল’ডিমিৰ জেলেনস্কি আৰু ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ইউৰোপীয় শীর্ষ নেতাসকলৰ অংশগ্ৰহণ

ইউৰোপীয় শীর্ষ নেতাসকলে আজি ৱাশ্বিংটনত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত সংগ দিব। ইউক্রেইনত চলি থকা যুদ্ধৰ শীঘ্ৰে সমাধানৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। এই উচ্চপৰ্যায়ৰ ইউৰোপীয় প্ৰতিনিধিসকলৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ ক...

August 17, 2025 1:46 PM

views 14

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি

পাকিস্তানৰ উত্তৰ প্ৰান্তত আকস্মিক বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫০লৈ বৃদ্ধি পাইছে। দেশখনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণে উত্তৰ প্ৰান্তৰ খাইবাৰ পাখটুনখৱা প্ৰদেশত ৩২৪ আৰু বুনেৰ জিলাত ২০০জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি কালি প্ৰকাশ কৰে। প্ৰাদেশিক চৰকাৰে আকস্মিক বান আৰু ভূমিস্খ...

August 16, 2025 6:26 PM

views 62

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত...

August 15, 2025 8:18 PM

views 31

ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ শুভেচ্ছা জ্ঞাপন

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৱে প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ জনসাধাৰণক দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমেক্ৰ'ৱে ২০৪৭ চন আৰু তাৰ আগলৈ ও ভাৰত আৰু ফ্ৰান্সৰ মাজত থকা কৌশলগত অংশীদাৰিত্ব আৰু অধিক সুদৃঢ় হ'ব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে যোৱা মাহত ফ্ৰান্স...

August 12, 2025 12:50 PM

views 28

পাকিস্তানৰ সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক ভাৰতৰ গৰিহণা

ভাৰতে সম্ভাৱ্য পৰমাণু ভাবুকি সন্দৰ্ভত পাকিস্তানৰ সেনাপ্রধান আছিম মুনিৰৰ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এটা বিবৃতিত কয়, যে ভাৰতে কোনোধৰণৰ পৰমাণু ব্লেকমেইলৰ আগত হাৰ নামানে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে নতুন দিল্লীয়ে ৰাষ্ট্ৰীয় ...

August 10, 2025 7:26 PM

views 27

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে আকাশমার্গ বন্ধ কৰি দিয়াত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন

পাকিস্তানে ভাৰতৰ বিমানৰ বাবে ইয়াৰ আকাশমার্গ বন্ধ কৰি দিয়াৰ পাছত যোৱা ২৪ এপ্ৰিলৰ পৰা ৩০ জুনৰ সময়ছোৱাত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশখনৰ নেচনেল এছেম্বলিত চলিত সপ্তাহত এই তথ্য প্ৰকাশ কৰা হৈছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রালয়ে এই সন্দৰ্ভত কয় যে এনে লোকচান হোৱা সত্তেও চৰকাৰে ৰাষ্ট্ৰীয় নিৰ...

August 10, 2025 11:29 AM

views 26

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত ১৫ আগষ্টত আলাস্কাত হ’বলগীয়া আলোচনাৰ প্ৰতি ভাৰতৰ আদৰণি

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত অহা ১৫ আগষ্টত আলাস্কাত হ'বলগীয়া আলোচনাৰ প্ৰতি ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে এটা বিবৃতি যোগে কৈছে যে এই বৈঠকে ইউক্রেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ অৱসানৰ প্ৰতিশ্ৰুতি আৰু শান্তিৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিবৃতিটোত লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভ...

August 3, 2025 8:20 PM

views 25

ইজৰাইলৰ সৈতে যুদ্ধ বিৰতিৰ পাছত ইৰাণৰ আকাশমার্গ বিমান চলাচলৰ বাবে মুকলি

ইজৰাইলৰ সৈতে হোৱা যুদ্ধ বিৰতিৰ পাছত ইৰাণে দেশখনৰ আকাশমার্গ বিমান চলাচলৰ বাবে সম্পূর্ণভাৱে মুকলি কৰি দিছে। ইৰাণৰ অসামৰিক বিমান পৰিবহণ সংস্থাই জনোৱা মতে সম্প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। তেহৰানৰ মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২৪ ঘণ্টীয়া বিমান সেৱ...

August 3, 2025 7:47 PM

views 27

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰনেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।