হিমাচল প্রদেশ

July 20, 2025 8:17 PM

views 31

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্রী অমিত শ্বাহৰ বহুখণ্ডীয় কেন্দ্রীয় গোট গঠনৰ নিৰ্দেশ

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও ক্ষেত্ৰত কেন্দ্ৰীয় গোট গঠনৰ নিৰ্দেশ দিছে। এই কেন্দ্ৰীয় গোটটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ, ৰুৰকীৰ কেন্দ্ৰীয় নির্মাণ গৱেষণা প্ৰতিষ্ঠান, পুণেৰ ভাৰতীয় গ্রীষ্মমণ্ডলীয় বতৰ বিজ্ঞান প্রত...

May 25, 2025 8:12 PM

views 62

হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষয়ক্ষতি

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ জগতখানাত কালি সন্ধিয়া সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে। হঠাৎ নামি অহা পানীৰ ঢৌৱে পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন উটুৱাই লৈ যায়। এই অঞ্চলটো ছিমলা জিলাৰ ৰামপুৰৰ সৈতে সংলগ্ন। মহকুমা দণ্ডাধীশ মনমোহন শৰ্মাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা না...

April 15, 2025 2:17 PM

views 28

হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ৰাজ্যখন গৌৰৱময় সংস্কৃতিৰ বাবে বিখ্যাত আৰু ইয়াৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু বীৰত্বৰ বাবে জনাজাত। আজি ৰাজ্যখনৰ বিশেষ দিনটোত তেওঁ সকলোৰে সুখ-স...

April 15, 2024 6:44 PM

views 55

অমৰনাথ বাৰ্ষিক যাত্ৰা ২৯ জুনত আৰম্ভ

জম্মু-কাশ্মীৰৰ দক্ষিণ কাশ্মীৰ হিমালয় ক্ষেত্ৰৰ শ্ৰী অমৰনাথ জীৰ বাৰ্ষিক যাত্ৰা অহা ২৯ জুনৰ পৰা আৰম্ভ হৈ ১৯ আগষ্টত সামৰণি পৰিব। শ্ৰী অমৰনাথ মন্দিৰ পৰিষদে ঘোষণা কৰিছে যে, ৫২ দিনীয়া এই তীর্থ যাত্ৰাৰ পঞ্জীয়ন আজিৰে পৰা মুকলি কৰা হৈছে। বাৰ্ষিক অমৰনাথ যাত্ৰা দুটা পথেৰে কৰিব পাৰিব । এই পথ দুটা হ'ল- অনন্তনা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।