স্বাস্থ্য

December 14, 2025 12:12 PM

views 14

এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে প্রকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয় দেশসম...

November 30, 2025 8:09 PM

views 23

বিশ্ব এইডছ দিৱস উপলক্ষে দেশজুৰি সজাগতা অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নির্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক দোহৰাৰা উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অং...

October 19, 2025 7:55 PM

views 140

হাড়ৰ দুৰ্বলতা আৰু ক্ষয় ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আয়ুষ মন্ত্র্যালয়ৰ সকলো নাগৰিকলৈ আহ্বান

আয়ুষ মন্ত্র্যালয়ে সকলো নাগৰিক বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোঃনিবৃত্তি হোৱা মহিলাসকলক অষ্টিওপৰোচিছ অর্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিওপৰোচিছ দিৱসৰ প্ৰাক সন্ধ্যা এট...

October 19, 2025 1:15 PM

views 61

ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতে নেফিথ্ৰ'মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড° সিঙে কয়, যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰো...

October 12, 2025 12:19 PM

views 50

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিবসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান অভিযানৰ অধীনত ইতিপূর্বে পলিঅ' প্রতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জীৱন ৰক্ষাকাৰী পলিঅ' প্রতিষেধক প্রদান...

October 5, 2025 8:07 PM

views 70

যোৰহাট জিলাৰ আয়ুক্তৰ টীয়কত হ’বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্তই আজি টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহনা হাইস্কুলত অনুষ্ঠিত হ'বলগীয়া মেগা স্বাস্থ্য শিৱিৰৰ স্থান পৰিদৰ্শন কৰি ইয়াৰ প্ৰস্তুতিৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। এই পৰিদৰ্শন কালত আয়ুক্তগৰাকীৰ সৈতে টীয়ক আৰু মৰিয়নীৰ সম জিলাৰ আয়ুক্তদ্বয়, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সংশ্লিষ্ট বি...

October 5, 2025 7:08 PM

views 54

বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজি অনুষ্ঠিত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই অংশগ্ৰহণ কৰে। ৰাজধানী মহানগৰীখনৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা ইণ্ডিয়া গেট আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহ...

September 29, 2025 6:06 PM

views 76

সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ প্ৰকাশ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কৈছে যে, সুস্থ নাৰী সবল পৰিয়াল অভিযানৰ অধীনত সমগ্ৰ দেশত এতিয়ালৈ ৯ লাখতকৈ অধিক স্বাস্থ্য শিবিৰ মুকলি কৰা হৈছে। নতুন দিল্লীত আয়োজিত এটা স্বাস্থ্য অভিৱৰ্তনত শ্রী নাড্ডাই কয়, যে দেশৰ তিনি কোটি ৬০ লাখ লোকৰ এতিয়ালৈকে স্বাস্থ্য পৰীক্ষা...

September 14, 2025 12:18 PM

views 89

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ দ্বাৰা AIIMS Disha এপ’ মুকলি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি AIIMS Disha নামৰ এটা কৃত্রিম বুদ্ধিমত্তা আৰু আই অ' টি সমর্থিত আভ্যন্তৰীন দিক্ নিৰ্দেশনা এপ' মুকলি কৰে। এই এপৰ জৰিয়তে চিকিৎ‍সালয়সমূহত ৰোগী, দৰ্শনাৰ্থী আৰু চিকিৎসাকর্মীসকলে স্মার্ট ফোনৰ সহায়েৰে চিকিৎসালয়ৰ আভ্যন্তৰীন দিক্ নিৰ্দেশনা লাভ কৰিব। ইয়াৰ ফলত...

August 3, 2025 9:00 PM

views 33

বিশ্বনাথ জিলা চিকিৎসালয়ৰ ২০২৩ বৰ্ষৰ পৰা ৫০০ৰো অধিক সৰ্প দংশনৰ ৰোগীক সুস্থ কৰিবলৈ সমৰ্থ

বিশ্বনাথ জিলা চিকিৎসালয়ে ২০২৩ বৰ্ষৰ পৰা এই পর্যন্ত ৫০০ৰো অধিক সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰিবলৈ সমৰ্থ হৈছে। সৰ্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশ্বনাথ জিলা দ্বিতীয় শীৰ্ষস্থানত উপনীত হৈছে। এই উপলক্ষে আজি সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে দুষ্প্ৰাপ্য নাগচম্পাৰ এটি গছপুলি জিলা চিকিৎসালয়ক উপহাৰ দিয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।