বিনোদন

June 21, 2024 2:46 PM

views 51

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি

১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰিব। যোৱা ১৫ জুনত চার্লি হেমিল্টন-জেমছৰ পৰিচালনাৰে নিৰ্মিত ‘বিলি এণ্ড মলি: এণ অটাৰ লাভ ষ্ট'ৰী' শীৰ্ষক তথ্যচিত্ৰৰে এই ৭ দিনীয়া মহোৎসৱ মুকলি কৰা হৈছিল। এইবেলি মহোৎসৱত ৫৯খন দেশৰ ৬১ টা ভাষাৰ মুঠ ৩১৪খন চলচ্চিত্র প্রদর্শন কৰা হয়। ইয়াৰ ভিতৰ...

June 16, 2024 1:59 PM

views 151

নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেচন, ভিজুৱেল ইফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিবঃ এল মুৰুগন

অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কালি মুম্বাইত আৰম্ভ হয়। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগন, মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মঞ্জী সুধীৰ মুংগানটিৱাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণ ড° মুৰুগনে কয় যে, নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত ...

June 15, 2024 2:41 PM

views 34

আজিৰে পৰা অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ

অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অনুষ্ঠিত হ'ব। মহানগৰখনৰ পেড্ডাৰ ৰোডত থকা ফিল্ম ডিভিজনৰ চৌহদত বিয়লি ৪ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ ভন্নি প্ৰান্তৰ দৰ্শকৰ কাষলৈ এই মহোৎসৱক লৈ যোৱাৰ উদ্দেশ্যে দিল্লী, কলকাতা, পুনে আৰু চেন্নাইত সমান্তৰালভাৱে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্...

May 1, 2024 8:59 PM

views 38

বাক্সাৰ শালবাৰীত বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন

বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে বড়ো জনগোষ্ঠীৰ জাতীয় উৎসৱ ৰংজালি বৈশাগু পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত খাম চিফুঙৰ তালে তালে বড়ো যুৱতীসকলে বাগৰুম্বা নৃত্য কৰা দৃশ্যই সকলোকে আপ্লুত কৰে। আবেলিৰ ভাগত বৈশাগু নৃত্য ...

April 15, 2024 9:16 PM

views 26

ৰাজ্যৰ বিভিন্ন ঠাইত গোসাঁই বিহু, মুকলি বিহু, মঞ্চ বিহুকে ধৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰে ৰঙালী বিহু পালন

সাদিনীয়া ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। বটদ্ৰৱা, মাজুলী, আৰু বৰপেটা সত্ৰৰ উপৰি মঠ-মন্দিৰ, দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰি অন্যান্য উপ...

April 15, 2024 8:57 PM

views 32

বড়ো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন

ৰাজ্যখনৰ বড়ো জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণে বিহুৰ সমান্তৰালভাৱে ব্যাপক উৎসাহ-উদ্দীপনাৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰংজালি বৈশাগু পালন কৰিছে। এই উপলক্ষে খাম, চিফুং, জটা, চেৰজাৰ শব্দত উখল মাখল পৰিবেশৰ সৃষ্টি হৈছে। বড়ো লোকসকলে এই উৎসৱ উপলক্ষে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে নৃত্য গীতে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।