November 26, 2025 8:46 PM November 26, 2025 8:46 PM
8
গোৱাৰ পানাজীত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন
গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্রিয় চলচ্চিত্র ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি ...