April 15, 2024 9:01 PM
22
লোকসভা নিৰ্বাচনত নিৰাপত্তা আৰু অন্যান্য দিশ সূক্ষ্মভাৱে তদাৰকৰ বাবে নিৰ্বাচন আয়োগৰ নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগ
ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সূক্ষ্মভাৱে তদাৰক কৰি আছে...