April 24, 2024 8:53 PM
14
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দল-নেতাৰ প্ৰচাৰৰ সামৰণি
লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ৰ পৰহিলৈ ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৯টা সংসদীয় সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইয়াৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দল...