নির্বাচন

April 27, 2024 6:57 PM

views 13

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক নির্বাচন আয়োগৰ সমালোচনা

নির্বাচন আয়োগে কংগ্ৰেছৰ তাৰকা প্ৰচাৰক তথা তেলেংগানাৰ মন্ত্ৰী কণ্ডা সুৰেখাক ভাৰত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ কাৰ্যকৰী সভাপতি কে টি ৰমা ৰাওৰ বিৰুদ্ধে সত্যতা বিচাৰ নকৰাকৈ অভিযোগ অনাৰ বাবে সমালোচনা কৰিছে। আয়োগে এটা নিৰ্দেশত কৈছে যে এই সন্দৰ্ভত বি আৰ এছৰ মুখপাত্র কে প্রভাকৰৰ পৰা চলিত মাহৰ প্রথম ভাগত অভি...

April 27, 2024 6:46 PM

views 1

লোকসভা নিৰ্বাচনৰ বাকী ৫টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকী ৫ টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব'ত ভাগ লোৱা পৰিলক্ষিত হৈছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা...

April 27, 2024 5:31 PM

views 19

অসমৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ

অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ ১৪১টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি ৯ বজালৈকে নির্বাচনী আচৰণবিধি উলংঘনৰ ১৪১টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে ১৩৬টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু ৫টা অভিযোগ বিবেচনাধীন হ...

April 26, 2024 9:02 PM

views 26

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, প্ৰধানমন্ত্ৰীৰ কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ

লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়কেইটাৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ঘাই ঘাই ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মুংগেৰ আৰু আৰাৰিয়াত দুখন নির্বাচনী সভাত সম্ব...

April 26, 2024 8:56 PM

views 13

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত বিয়লি ৫ বজাপর্যন্ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হয়। আজি বিয়লি ৫ বজাপর্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৭৭ শতাংশৰো অধিক, মণিপুৰত ৭৬ শতা...

April 26, 2024 8:54 PM

views 25

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত ৭০ শতাংশৰো অধিক ভোটদান

ৰাজ্যৰ ৫টা সমষ্টিত আজি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি ৫ বজাপর্যন্ত ৰাজ্যখনত ৭০ শতাংশৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্ট...

April 26, 2024 7:01 PM

views 24

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনৰ বাবে হৈছে ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮খন আসনক সামৰি লোৱা হৈছে। আজি ভোটগ্রহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ ৫টাকৈ, কেৰালাৰ ২০টা, কৰ্ণাটকৰ ১৪টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮টাকৈ, মধ্যপ্ৰদেশৰ ৬টা, পশ্চিমবংগ আৰু ছত্তিশগড়ৰ ৩টাকৈ তথা...

April 26, 2024 7:00 PM

views 20

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰৰ আজি পৰীক্ষণ

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব৷ এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে'ত...

April 26, 2024 6:57 PM

views 9

অন্ধ্ৰপ্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে ১,০৬১ আৰু বিধানসভা নিৰ্বাচনৰ বাবে ৫,৭২৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিন আছিল। মুঠ ২৫টা লোকসভা সমষ্টিৰ বাবে ১,০৬১খন মনোনয়ন দাখিল কৰা হৈছে আৰু ১৭৫খন ৰাজ্যিক বিধানসভা আসনৰ বাবে মুঠ ৫ হাজাৰ ৭২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰিছে। YSRCP-ৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে প...

April 26, 2024 6:53 PM

views 27

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২গৰাকী মহিলা প্রার্থীসহ মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত কৰিমগঞ্জত সৰ্বাধিক ২৪ গৰাকী, নগাঁৱত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।