নির্বাচন

April 28, 2024 8:53 PM

views 39

কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। এই অনুসৰি শ্ৰী শ্বাহে গুৱাহাটী চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । কেন্দ্ৰীয় গৃহমন্ত্...

April 28, 2024 1:00 PM

views 35

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে নির্বাচন

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপা...

April 28, 2024 12:52 PM

views 31

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সৰ্থেবাৰীত বৰপেটা লোকসভা সমষ্টিৰ অগপ, বিজেপি আৰু ইউ পি পি এলৰ সমৰ্থিত প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ ...

April 28, 2024 12:47 PM

views 18

৭ মে’ৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তই প্ৰকাশ কৰা মতে, টুৱেল্ড-ডি প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰা লোকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত বাচনি কৰা বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ উৰ্ধৰ লোকসকলৰ বাসগৃহত উপস্...

April 28, 2024 12:32 PM

views 17

কংগ্ৰেছে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী থকা আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিবঃ সাধাৰণ সম্পাদক কে চি বেনুগোপাল

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে কৈছে যে দলে দুদিনৰ ভিতৰত উত্তৰ প্ৰদেশৰ বাকী আসনসহ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰৱৰ্তী তালিকা প্রকাশ কৰিব। উত্তৰ প্ৰদেশত গুৰুত্বপূৰ্ণ ৰায়বৰেলি আৰু আমেথিৰ প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰাৰ বাবে কালি কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। সূত্ৰৰ ...

April 28, 2024 12:27 PM

views 23

বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছেঃ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ তপোৱন ময়দানত কালি এখন নির্বাচনী সভাক সম্বোধন কৰি কয় যে, বিগত ১০ বছৰত এন ডি এ চৰকাৰে দেশৰ মূল সমস্যাসমূহৰ স্থায়ী সমাধানৰ হকে চেষ্টা কৰিছে। তেওঁ কয় যে, বিজেপি চৰকাৰে সদায় মহিলা আৰু যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ প্ৰদান কৰ...

April 28, 2024 12:21 PM

views 28

বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিবঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি গুজৰাটৰ পোৰবন্দৰ, ভাৰুছ আৰু পঞ্চমহলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পঞ্চমহলত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিব। তেওঁ কয় যে, বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক সন্ত্ৰা...

April 28, 2024 12:18 PM

views 28

অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণৰ লগতে সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগানৰ ব্যৱস্থাঃ  বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে গোৱাক এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনন্য উদাহৰণ বুলি অভিহিত কৰিছে। গোৱাৰ ভাস্কোত কালি বিয়লি নির্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, অনাগত সময়ত চৰকাৰে ৩ কোটি পকী গৃহ নিৰ্মাণ কৰিব আৰু সকলো বাসগৃহলৈ পাইপযোগে গেছ যোগান...

April 27, 2024 7:25 PM

views 17

দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলৰ প্ৰচাৰ অব্যাহত

তৃতীয় পৰ্যায়ত অহা ৭ মে'ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ ৯৫ টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ সন্ধিয়া মহানগৰখনৰ তপোবন গ্ৰাউণ্ডত এখ...

April 27, 2024 7:16 PM

views 17

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱাল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।