নির্বাচন

May 4, 2024 5:57 PM

views 25

জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়াৰ বাৰামুল্লা লোকসভা সমষ্টিৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন

জম্মু-কাশ্মীৰৰ মুখ্য নির্বাচনী বিষয়া পাণ্ডুৰাং কে প'লে কালি বাৰামুল্লাত উপস্থিত হৈ লোকসভা সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰ আৰু ষ্ট্ৰং ৰুমৰসমূহ পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে সমষ্টিটোৰ ভোটগ্রহণ কেন্দ্ৰসমূহৰ লগতে স্থানীয় ইণ্ডোৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰি সা-সুবিধাসমূহৰ লগতে সুৰক্ষা ল...

May 4, 2024 1:19 PM

views 25

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে’ত ভোটগ্ৰহণ

♦লোকসভা নির্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ ...

May 11, 2024 6:46 PM

views 23

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছ...

May 4, 2024 12:39 PM

views 24

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত অন্তৰ্গত সমষ্টিসমূহত বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ ৭ মে' বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহ...

May 11, 2024 6:45 PM

views 24

৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ প্রস্তুতি

♦অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলাখনক ১০৩ টা ছেক্টৰত ভাগ কৰা হৈছে। নির্বাচন পৰিচালনাৰ বাবে মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষীৰ ছেক্টৰ বিষয়াসকলৰ লগত...

May 4, 2024 11:55 AM

views 32

ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্রীৰ

◊ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমিৰ পট্টা নথকা লোকক পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। নামনি অসমত এখন নির্বাচনী ৰেলীত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই পট্টা প্ৰদানৰ লগতে ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে বন্ধ হৈ থকা আধা...

May 4, 2024 11:45 AM

views 21

মাজত মাথোঁ এটা দিনঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈ...

May 11, 2024 6:49 PM

views 38

আজি লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব

◊ লোকসভা নিৰ্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ ...

May 3, 2024 5:33 PM

views 19

লোকসভা নির্বাচনত ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ প্ৰতিদ্বন্দ্বিতা

ভাৰতীয় জাতীয় কংগ্ৰেছ দলে, দলটোৰ নেতা ৰাহুল গান্ধীয়ে লোকসভা নির্বাচনত উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি ঘোষণা কৰে। দলটোৱে লগতে আমেথি লোকসভা সমষ্টিৰ দলীয় প্রার্থী হিচাপে কিশোৰী লাল শৰ্মাৰ নাম ঘোষণা কৰিছে। আনহাতে বহুজন সমাজ পার্টীয়ে উত্তৰ প্ৰদেশৰ ভাড়োহী সংসদীয় সমষ্টিৰ ব...

May 3, 2024 5:51 PM

views 21

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পর্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।