May 7, 2024 12:13 PM
16
ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি
♦ ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাইস্কুলৰ ১৩১ নম্বৰ ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ফলত পুৱা ৮.৩০ বজা পর্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাকৈ থাকে...