নির্বাচন

May 11, 2024 12:28 PM

views 18

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ১,৩৩১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি দেশৰ ৯৩টা সমষ্টিত ৬৪.৫৭ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭১ শতাংশ, বিহাৰত ৫৮...

May 11, 2024 12:29 PM

views 27

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহ...

May 11, 2024 12:29 PM

views 30

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪ টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ব্যাপক ৰূপত অব্যাহত আছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলে...

May 11, 2024 12:35 PM

views 20

তৃতীয় পৰ্যায়ত ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটগ্রহণ সম্পন্ন

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত কালি প্রায় ৬৪.৫৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্রহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭১ শতাংশ, বিহাৰত ৫৮.১৮ শতাংশ, ...

May 7, 2024 9:32 PM

views 26

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৬১. ৪৫ শতাংশ ভোটৰ বিপৰীতে অসমত  ৭৫.৩ শতাংশ ভোটদান

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে নিশা ৮ বজা পর্যন্ত ৬১. ৪৫ শতাংশ ভোটদান সম্পন্ন হৈছে। অসমত ৭৫.৩ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী সমষ্টিত ৬৮.৯৩ শতাংশ, বৰপেটা সমষ্টিত ৭৬.৭৩ শতাংশ, কোকৰাঝাৰত ৭৪ .২৪ শতাংশ আৰু ধুবুৰীত ৭৯.৭ ০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ১০...

May 7, 2024 9:10 PM

views 33

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণ...

May 7, 2024 8:38 PM

views 25

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। একেদৰে ভোটকেন্দ্ৰসমূহত পুৰুষ-মহিলা আৰু দিব্যাংগ, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ ন...

May 7, 2024 8:23 PM

views 17

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনৰ অহা ১ জুনত হ'বলগীয়া সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হি...

May 7, 2024 8:17 PM

views 29

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত আজি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হয়। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত ...

May 7, 2024 8:14 PM

views 29

দেশৰ ৯৩ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত শান্তিপূর্ণভাৱে ভোটগ্রহণ

দেশৰ ১০ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ মুঠ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ হৈছে। শান্তিপূর্ণভাৱে চলা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।