May 29, 2024 7:19 PM
22
লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ
ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ডুমকাৰ সাৰৰ্থত এখন নির্বাচনী সভাত ভাষণ দি আই এন ডি আই মিত্রজোট দুৰ্নীতিগ্ৰস্ত নেতাৰ মিত্ৰজোটৰ বাহিৰে আন একোৱেই নহয় বুলি মন্তব্য কৰে। আই এন ডি আই মিত্ৰজোট আৰু ইয়াৰ মিত্ৰ দলসমূহৰ সকলো নেতাই দুর্নীতিগ্রস্ত আৰু বি...