November 14, 2024 9:25 AM
28
ঝাৰখণ্ডৰ গাণ্ডেত ২০ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন
ঝাৰখণ্ডৰ গিৰিধে জিলাৰ গাণ্ডে বিধানসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ'ব। ৰাজ্যখনত চলিত মাহৰ ২০ তাৰিখে দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত গাণ্ডেতো এই ভোটদান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এই আসনখনৰ বাবে জে এম এমৰ প্ৰাৰ্থী হিচাপে কল্পনা মুৰ্মুৱেও প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্ৰীমতী মুর্মু হ...