November 17, 2024 11:14 AM
28
ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে প্ৰচাৰ অব্যাহত
ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পর্যায় আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এন ডি এ আৰু ইণ্ডি মিত্রজোঁটৰ শীর্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান...