নির্বাচন

November 20, 2024 6:57 PM

views 29

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্ৰহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদ...

November 20, 2024 11:51 AM

views 10

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ইয়াৰ লগতে মহাৰাষ্ট্ৰৰ নাণ্ডেড় লোকসভা সমষ্টি, পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগ্রহণো আৰম্ভ হৈছে। বিয়লি ৫ বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব।...

November 19, 2024 6:37 PM

views 43

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ নির্বাচনী ভাগ্য নিৰূপণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত বাৰহাইট সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, ধানৱাৰ সমষ্টিত প্রদেশ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডি, গাণ্ডে সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী...

November 19, 2024 6:35 PM

views 35

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে নাণ্ডেড় লোকসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব। পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-ন...

November 19, 2024 12:30 PM

views 18

কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কাইলৈ অনুষ্ঠিত হ'ব। এই পর্যায়ত ১২ খন জিলাৰ ৩৮টা সমষ্টি সামৰি লোৱা হ'ব। এই পৰ্যায়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে বাৰহাইট সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে। ইপিনে ৰাজ্যখনৰ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডিয়ে ধানৱাৰ আসনৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়াইছে...

November 18, 2024 8:10 PM

views 24

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰৰ সমৰ্থন লাভ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আছে৷ ৰাজ্যখনত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ২৩ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি গণ্ডিয়া আৰু নাগপুৰত প্ৰচাৰ চলোৱাৰ...

November 17, 2024 8:26 PM

views 28

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ  সামৰণি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সন্ধিয়া সামৰণি পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই। বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি বোকাৰো জিলাৰ গমিয়াত এখন প্ৰচাৰ সভাত অংশ লৈ হেমন্ত চোৰেণক ৰাজ্যখনৰ দুৰ্নীতি আৰু দুঃশাসনৰ অ...

November 17, 2024 8:20 PM

views 10

২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন

মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত ৰাজ্যখনৰ ২৮৮খন আসনৰ বাবে ৪,১৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ৩,৭৭১গৰাকী হৈছে পুৰুষ প্ৰাৰ্থী আৰু ৩৬৩ গৰাকী হৈছে মহিলা প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ গৌৰৱময় ইতিহাসৰ প্ৰতি লক্ষ্য ৰা...

November 17, 2024 12:12 PM

views 10

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ  নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত তেওঁ কংগ্ৰেছে প্ৰায় ৫০ বছৰ দেশ শাসন কৰা স্বত্বেও ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰক যোগ্য সন্মান দিয়া নাছিল বুলি মন্তব্য কৰে। জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা ক...

November 17, 2024 11:18 AM

views 11

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নির্বাচনৰ বাবে কংগ্ৰেছ, বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ  প্ৰচাৰ অভিযান তীব্ৰতৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্রী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। কালি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। ঝাৰখণ্ডতো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।