ডি ডি নিউজ

January 16, 2026 12:11 PM

views 31

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহ...

December 30, 2025 10:35 AM

views 16

ভাৰতৰ অৰ্জুন এৰিগাইচি এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত

ভাৰতৰ অৰ্জুন এৰিগাইচিয়ে কাটাৰৰ ডোহাত চলি থকা চলিত বৰ্ষৰ এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে। প্ৰতিযোগিতাৰ মুকলি শিতানত ১৩টা ৰাউণ্ডৰ অন্তত লাভ কৰা ১০ পইণ্টৰ সুবাদত খেলুৱৈগৰাকী সম্প্ৰতি মেক্সিম ভাছিয়াৰ লাগ্রেভ আৰু ফেবিয়ানো কাৰোৱানাৰ সৈতে ...

December 26, 2025 9:24 PM

views 28

বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁ...

December 19, 2025 7:56 PM

views 10

আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ

ব্যক্তিগত ৰাজহুৱা ওজৰ আপত্তি আৰু পেন্সন মন্ত্রালয়ে আজিৰে পৰা চলিত বৰ্ষৰ সুপ্রশাসন সপ্তাহ প্ৰশাসনৰ গাঁৱৰ দিশে কাৰ্যসূচী আৰম্ভ কৰিছে। সমগ্র দেশতে হ'বলগীয়া এই অভিযানৰ বাবে আজি নতুন দিল্লীত নীতি নির্দেশনা মুকলি মন্ত্রালয়ৰ সচিব ৰচনা শ্বাহে কয় যে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰে কেনে ধৰণৰ সা-সুবিধা লাভ কৰিছে তাৰ...

December 18, 2025 6:47 PM

views 17

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্ত...

December 17, 2025 12:10 PM

views 13

২১ ডিচেম্বৰত অসমৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া বৰঝাৰ বিমান বন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইকথা সদৰি কৰ...

December 14, 2025 11:20 AM

views 34

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্রী পীযূষ হাজৰিকাই প্রকল্পস্থলী পর্যবেক্ষণ কৰে। মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্রকল...

December 11, 2025 7:40 PM

views 20

অৰুণাচল প্ৰদেশৰ আনজাওত পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিক, কেইবাজনৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্রমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং-ছাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক...

December 8, 2025 7:42 PM

views 29

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ পোৱা শিক্ষার্থীক স্কুটাৰ বিতৰণ

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষার্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ বিতৰণ কৰা হয়। এইবাৰ এই বঁটা লাভ কৰা ১১ হাজাৰ ২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬ হাজাৰ ৮৬০ গৰাকী ছাত্ৰী আৰু ৪ হাজাৰ ৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ...

December 8, 2025 11:32 AM

views 22

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত আজি স্কুটাৰ প্ৰদান কাৰ্য্যসূচী আৰম্ভ হৈছে। এইবাৰ এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষার্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। এই উপলক্ষে গুৱাহাটীৰ পাঞ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।