ব্যৱসায়

October 31, 2024 7:45 PM

views 20

নেচনেল আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে চম্বত ২০৮১ বৰ্ষ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি কাইলৈ সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক সত্ৰৰ আয়োজন কৰা হব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্বাভাৱিক ট...

October 17, 2024 6:30 PM

views 34

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন

সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু পালন কৰা হৈছে। পথাৰৰ লখিমীক আদৰাৰ পূৰ্বে খেতি পথাৰত চাকি আৰু আকাশবন্তি জ্বলাই অসমৰ কৃষিজীৱী ৰাইজে কাতি বিহু উপলক্ষে সেৱা জনায়। আহিন আৰু কাতিৰ দোমাহীৰ দিনা কাতি বিহু পালন কৰি কৃষকসকলে শস্য শ্যামলা পথাৰৰ আশাৰে প্ৰাৰ্থনা জনায় । কাতি বিহু উপলক্ষে তুলসীৰ তলত বন্তি জ্বলোৱাৰ ল...

October 17, 2024 10:57 AM

views 51

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 16, 2024 8:50 PM

views 19

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে ৰবি শস্যৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী ...

October 16, 2024 11:20 AM

views 20

মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ'বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহ...

October 6, 2024 8:42 PM

views 42

কাইলৈ গুৱাহাটীত কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠান

ৰাজ্য চৰকাৰে কাইলৈ কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈ হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্...

October 6, 2024 11:38 AM

views 35

বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞৰ প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰশংসা

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বহুপাক্ষিক বিকাশ বেংকসমূহক শক্তিশালী কৰাৰ বাবে জি-২০ ৰাষ্ট্ৰ গোটৰ বিশেষজ্ঞ গোটে দিয়া মুঠ ৩০টা প্ৰস্তাৱৰ ভিতৰত ২৭টাক প্ৰস্তাৱক বিবেচনাৰ কৰাৰ বাবে বিশ্ব বেংকক প্ৰশংসা কৰিছে। নতুন দিল্লীত অধ্যাপক নিক ষ্টাৰ্ণৰ সৈতে হোৱা আলোচনাত শ্ৰীমতী সীতাৰমণে কয় যে, উন্নত দেশসমূহে উন্ন...

September 30, 2024 11:33 AM

views 56

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ

চলিত মাহ পর্যন্ত ভাৰতৰ ইকুৱিটী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে ৫৭ হাজাৰ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী পর্টফলিঅ বিনিয়োগকাৰী FPI-য়ে ইকুৱিটী বজাৰত ৫৭ হাজাৰ ৩৫৯ কোটি টকা বিনিযোগ কৰিছে আৰু ই হৈছে বিগত ৯ মাহৰ ভিতৰত সৰ্বোচ্চ বিনিয়োগ। তেওঁলোকে লগতে ঋণ বজাৰত ৮৭৭ কোটি টকা বিনিয়োগ কৰিছে আ...

September 29, 2024 8:14 PM

views 38

মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলৰ প্ৰকাশ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নির্মিত যিকোনো সামগ্রী বিশ্বজুৰি মানসম্পন্ন সামগ্ৰী বুলি স্বীকৃত হোৱা উচিত। নতুন দিল্লীত পি এল আইৰ হিতাধিকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি ...

September 29, 2024 12:05 PM

views 48

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ অৰ্থনীতি এক ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰাৰ পথ প্ৰশস্ত কৰিবঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে কেন্দ্ৰৰ দ্বৈত ইঞ্জিনৰ চৰকাৰ আৰু উত্তৰ প্রদেশে ২০৪৭ চনৰ ভিতৰত দেশৰ অৰ্থনীতি ৩৫ ত্ৰিলিয়ন আমেৰিকান ডলাৰলৈ উন্নীত কৰিব। গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত উত্তৰ প্ৰদেশ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় প্ৰদৰ্শনীত এই কথা প্ৰকাশ কৰি কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।