March 2, 2025 11:32 AM
35
দেশত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ ৯.১ শতাংশ বৃদ্ধি
দেশত যোৱা ফেব্ৰুৱাৰীত সংগৃহীত সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৯.১ শতাংশ বৃদ্ধি ১ লাখ ৮৪ হাজাৰ কোটি টকা হয়। দেশত ফেব্ৰুৱাৰীকে ধৰি বিগত ১২ মাহত এক লাখ ৭০ হাজাৰ কোটিৰো অধিক টকাৰ জি এছ টি সংগ্ৰহ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই সময়ছোৱাত কেন্দ্ৰীয় জি এছ টি হিচাপে ৩৫,২০৪...