ব্যৱসায়

July 5, 2025 5:08 PM

views 48

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ'ফটে বিশ্বজনীন পুনগঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেড্ পাটনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় ৯,১০০গৰাকী কৰ্মচাৰীক...

June 23, 2025 8:42 PM

views 44

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি পাইছে। ইৰানৰ পাৰমানৱিক ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰাৰ পাছতেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। ইৰানে খাৰুৱা তেল পৰিবহনৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ভাবুকিয়ে আন্তৰাষ্ট্ৰীয় বজাৰত উদ্বীগ্নতাৰ স...

June 12, 2025 7:49 PM

views 39

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ সামৰণি

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা ২৯ মে’ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰো ছটা উন্নয়নত খণ্ডত ২০০ খন গাঁৱত কৃষি প্রযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ ব...

June 7, 2025 10:13 AM

views 36

ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেড আৰু ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে চাৰিখন চুক্তিত স্বাক্ষৰ

ভাৰতৰ টাটা এডভান্সড চিষ্টেমছ লিমিটেডে ফ্ৰান্সৰ এৰোস্পেচ কোম্পানী ডাছ এভিয়েচনৰ সৈতে ভাৰতত ৰাফেল যুদ্ধ বিমানৰ ফিউজ'লাজ অংশ যৌথভাৱে নিৰ্মাণৰ বাবে চাৰিখন চুক্তিত স্বাক্ষৰ কৰিছে। ফ্ৰান্সৰ বাহিৰত প্ৰথমবাৰৰ বাবে এই জটিল উৎপাদন কৰিবলৈ লোৱা হৈছে। দেশৰ মহাকাশ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ লগতে বিশ্বব্যাপী যোগ...

May 4, 2025 9:05 PM

views 72

জাপানৰ প্ৰতিনিধি দলৰ ভ্রমণে অসম আৰু জাপানৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’বঃ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে আজি আই আই টি গুৱাহাটীৰ আমিনগাঁৱত থকা আছিয়ান ৱান টেকনিকেল ডেভেলপমেণ্ট চেণ্টাৰ পৰিদৰ্শন কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত এই দলটোৱে কেন্দ্ৰটো পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় আৰ...

May 1, 2025 9:28 PM

views 179

২০২৪ বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি

বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন ৩.৬৩ শতাংশ বৃদ্ধি হৈছে। কয়লা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে, এই বৃদ্ধিয়ে কয়লাৰ যোগান আৰু স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথাকে সূচাইছে। মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ পোৱা মতে ২০২৫ চনৰ এপ্ৰিল মাহলৈকে দেশত ৮১.৫৭ মেট্রিকটন কয়লাৰ উ...

May 1, 2025 11:54 AM

views 40

২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয়, যে এই সিদ্ধান্তই কুঁহিয়াৰ খেতিয়কসকলৰ উপৰি চেনিকল আৰু আনুসংগিক কাম-কাজত নি...

April 20, 2025 9:02 PM

views 43

দেশৰ ইকুৱিটি বজাৰত বিদেশী বিনিয়োগকাৰীৰ ৮৫০০ কোটি টকা বিনিয়োগ

বিদেশী বিনিয়োগকাৰীসকলে দেশৰ ইকুৱিটি বজাৰত ৮৫০০ কোটি টকা বিনিয়োগ কৰিছে। গোলকীয় বাণিজ্য ক্ষেত্ৰৰ প্ৰত্যাহ্বানৰ পৰা সুৰক্ষাৰ লগতে আমেৰিকান ডলাৰৰ মূল্য হ্রাস, শক্তিশালী ঘৰুৱা অৰ্থনীতি তথা বিনিয়োগকাৰীসকলৰ বিশ্বাস ঘূৰি অহাৰ জৰিয়তে বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীসকলৰ এই শক্তিশালী প্ৰত্যাৱৰ্তন সম্ভৱ হ...

April 16, 2025 2:41 PM

views 56

ভাৰতৰ চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে

ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্রয় বিক্রয় স্থান চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন, আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্রতিষ্ঠানটোৱে ১০ লা...

April 16, 2025 2:29 PM

views 50

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে চীন চৰকাৰে মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে

মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে চীনকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ বিৰুদ্ধে আৰোপ কৰা উচ্চ হাৰৰ প্ৰতিশুল্ক সন্দৰ্ভত চীন চৰকাৰে মাৰ্কিন কর্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ বাবে আন্তর্জাতিক বাণিজ্য বিষয়ক এগৰাকী মধ্যস্থতাকাৰীক নিযুক্ত কৰিছে। নিচেংগাং নামৰ এই মধ্যস্থতাকাৰীগৰাকীক ২০২০ চনত চীন আৰু আমেৰিকা যুক্তৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।