July 23, 2024 9:57 AM
78
লোকসভাত আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি দিনৰ ১১ বজাত লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথম বাজেট হ'ব। ইপিনে ২০১৯ বৰ্ষত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব শ্রীসীতাৰমনৰ ক্ৰমাগত সপ...