September 7, 2025 11:07 AM
57
জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ
নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃ...