January 5, 2025 7:14 PM January 5, 2025 7:14 PM
15
পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে’লৱেৰ ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত ভাৰত গৌৰৱ বিশেষ ৰে’ল
পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতীয় ৰে'লৱে ৰাজস্থানৰ ৰাণা প্রতাপ নগৰ আৰু কামাখ্যাৰ মাজত এখন ভাৰত গৌৰৱ বিশেষ ৰে'ল চলাচল কৰাইছে। কালি ৰাণা প্রতাপ নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লগাড়ীখন কাইলৈ দুপৰীয়া ২-২৫ মিনিটত কামাখ্যা ষ্টেচনত উপস্থিত হ'ব। ৰে'লখনত অহা পর্যটকসকলে বিভিন্ন স্থান ভ্ৰমণ কৰিব পৰাকৈ দুদ...