বতৰ

May 24, 2024 11:34 AM

views 26

গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি, আজি ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি হোৱাত জনজীৱনৰ দৈনন্দিন কাম-কাজ প্রায় কষ্টসাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। ঠাই বিশেষে তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। মাত্ৰাধিক গৰমৰ ফলত হোৱা বিভিন্ন ৰোগত বহু লোক আক্ৰান্ত হৈছে। বিশেষকৈ পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক ...

May 21, 2024 11:37 AM

views 30

উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ বাবে অহা চাৰিদিনলৈ ৰেড এলার্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ উত্তৰ-পশ্চিম ভাৰত, উত্তৰ মধ্যপ্ৰদেশ আৰু গুজৰাটত গ্ৰীষ্মপ্ৰৱাহৰ আগলি বতৰাৰে ৰেড এলার্ট জাৰি কৰিছে। বিভাগে জনোৱা অনুসৰি অহা ২৪ মে'পর্যন্ত পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম ৰাজস্থান, পশ্চিম উত্তৰ প্রদেশ, পূব ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত প্ৰচণ...

May 6, 2024 1:32 PM

views 59

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কাইলৈ পর্যন্ত বিজুলী ঢেৰেকনিৰে ধুমুহা, বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বিভাগটোৱে অসম আৰু মেঘালয়ত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ লগতে অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে অহা ৭ দিনলৈ পাতলীয়াৰ পৰা মজ...

May 3, 2024 11:38 AM

views 53

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য ...

April 30, 2024 6:59 PM

views 26

উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত অহা ৫ দিনলৈকে গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে। ...

April 29, 2024 6:37 PM

views 24

পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ডত অহা তিনিদিনলৈ গ্রীষ্ম প্রৱাহৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনি দিন পর্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্রপ্রদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে।...

April 24, 2024 5:36 PM

views 27

উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূর্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ-ধুমুহা আৰু বজ্ৰপাত...

April 21, 2024 12:13 PM

views 28

বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণৰ আগলি বতৰা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ২৪ এপ্রিল পর্যন্ত বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অৰুণাচল প্ৰদেশৰ কোনো কোনো অংশত বিজুলী ঢেৰেকনিৰে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম ...

April 7, 2024 1:09 PM

views 46

উত্তৰ-পূৰ্বাঞ্চলত ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা  ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলত অহা ৬ দিন ধৰি বৰষুণৰ লগতে প্রতিঘণ্টাত ৫০ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, চট্টিশগড়, পশ্চিমবংগ আৰু ওড়িশাৰ বিভিন্ন অংশত আজি বতৰ অতি বেয়া হ'ব পাৰে বুলি সতর্কবাণী জাৰি কৰিছে। ইয়াৰ লগতে বিভাগ...

April 5, 2024 8:42 PM

views 79

মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হোৱাৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগত পৰৱৰ্তী ৭ দিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হ'ব পাৰে আৰু প্ৰতি ঘণ্টাত ৫০ কিলো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।